Difference between revisions 81362 and 81363 on aswiki==বিলোপন== :: গীতাৰ্থ, পোণে পোণে বিলোপ জাননী দি মানুহক নিৰুত্সাহ কৰাতকৈ প্ৰবন্ধটো ৱিকিপিডিয়াৰ শৈলীলৈ আনিব পাৰি নেকি সেয়া চেষ্টা কৰা উচিত| সকলো ৱিকিপিডিয়ান নহয়| আমাৰ এই দুৰ্দিনত কোনোবাই কিবা এটা লিখিবলৈ আগবাঢ়ি আহিছে.. ভাল কথা| পৰাপক্ষত তেওঁলোকক উত্সাহ দিব লাগে| বিলোপন জাননীখন আতৰাই দি অন্য এখন জাননী লগাই থোৱা মই পছন্দ কৰো| '''[[User:Bishnu_Saikia|<span style='font-family: "Trebuchet MS"; color:#4B0082'><big>বি</big><small>ষ্ণু শইকীয়া</smal(contracted; show full) ::: প্ৰবন্ধটো উন্নত কৰাৰ ১০০% থ’ল আছে| আৰু দুটামান বিশেষ টেগৰ বাহিৰে সকলো প্ৰবন্ধৰে আলোচনা পৃষ্ঠাত কাৰণ লিখি থকাটো মোৰ বাবে সম্ভৱ নহয়| যদি সকলোবোৰ প্ৰবন্ধৰে আলোচনা পৃষ্ঠাত দিয়াৰ প্ৰয়োজন থাকিলহেতেন তেন্তে সকলো জাননী টেগ সলাই মাত্ৰ "আলোচনা পৃষ্ঠাত চাওক" কৰিলেই কাম শেষ হ’ব দেখোন| আৰু সাধাৰনতে জাননী টেগসমূহত যিমান পাৰি বৰ্ননা দিয়াই থাকে| ইচ্ছা থাকিলে সম্পাদক এজনে সেইখি পঢ়ি প্ৰবন্ধটোৰ আসোৱাহবোৰ শুধৰাব পাৰে| ::: নৱাগত এজনে সৃষ্টি কৰিছেখন এইবাবেই লগাও যাতে পুৰনাসকলে সেইবোৰ চাই পৃষ্ঠাখন উন্নতি কৰিব পাৰে| কিন্তু এইক্ষেত্ৰটো মই অকলেহে যিমান পাৰি ঠিক কৰি আছো (যিহেতু বাকী সকলে সহায় নকৰে, একমাত্ৰ আলোচনা কৰাৰ বাহিৰে)| আলোচনা কৰি বহি থাকিলে কাম নিসিজে, পৰাপক্ষত নিজে যিমান পাৰি উন্নত কৰাৰ চেষ্টা কৰিব লাগে বুলি মই ভাবো| [[ডায়েবেটিচ]] প্ৰবন্ধটো তেনেদৰেই বিলোপনৰ পৰা উদ্ধাৰ কৰি ৭০% ৱিকিফাই কৰিলো| আশাকৰো এনেকুৱা ক্ষেত্ৰত আগলৈ মোৰ সতে অভিজ্ঞসকলে সম্পাদনাৰ সহায়ৰ হাত আগবঢ়াব| ইয়াৰ ওপৰিও প্ৰত্যককে মই ব্যক্তিগতভাৱে যোগাযোগ কৰি হলেওঁ সম্পাদনা কৰিবলৈ সহায় কৰোঁ| কাৰণ নবাগতসকলে আলোচনা পৃষ্ঠাৰ কথা ভালদৰে নাজানেই| ::: দ্বিতীয়তে এনে কিছুমান প্ৰবন্ধত তথ্যসূত্ৰ দিবলৈ অলপ অসুবিধা| কিন্তু ইচ্ছা কৰিলে দিব পাৰি, অসম্ভৱ নহয়| মই সময় উলিয়াই ইয়াক ৱিকিফাই কৰিম বাৰু| ::: তৃতীয়তে বিলোপ কৰিবৰ যোগ্য প্ৰবন্ধ আৰু তথ্যসূত্ৰবিহীন প্ৰবন্ধ এতিয়াও অসমীয়া ৱিকিত বহুত আছে| সেইবোৰ সম্পৰ্কে কিবা ক’ব / কবা নেকি? '''[[User:Bishnu_Saikia|<span style='font-family: "Trebuchet MS"; color:#4B0082'><big>বি</big><small>ষ্ণু শইকীয়া</small></span>]]''' <sup><small>[[User talk:Bishnu_Saikia|<span style = 'color:#4B0082'>বাৰ্তা</span>]]</small></sup> 12:43, 21 জুন 2012 (UTC) '''[[User:Bishnu_Saikia|<span style='font-family: "Trebuchet MS"; color:#4B0082'><big>বি</big><small>ষ্ণু শইকীয়া</small></span>]]''' <sup><small>[[User talk:Bishnu_Saikia|<span style = 'color:#4B0082'>বাৰ্তা</span>]]</small></sup> 12:433:01, 21 জুন 2012 (UTC) All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=81363.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|