Difference between revisions 82260 and 82261 on aswiki

{{সম্পাদনা দ্বন্দ}}
<!-- See [[Wikipedia:WikiProject Indian cities]] for details -->
{{Infobox Indian jurisdiction
| native_name            =  গুৱাহাটী
|former_name        = গৌহাটী
| nickname=<center> মন্দিৰৰ নগৰ, উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ
| other_name             = 
|type = Metropolitan City
(contracted; show full)

==নামৰ উৎপত্তি==

গুৱাহাটী নামটো [[অসমীয়া ভাষা]]ৰ দুটা শব্দ 'গুৱা' (অৰ্থ- [[তামোল]]) আৰু 'হাট' (অৰ্থ- বজাৰ)ৰ পৰা উদ্ভৱ হৈছে। ব্ৰিটিছ উপনিবেশৰ কালত এই নামটো "গৌহাটী" বুলি কোৱা হৈছিল আৰু ১৯৮০ৰ দশকৰ শেষৰফালে ই বৰ্তমানৰ ৰূপ পায়।

== ইতিহাস ==

গুৱাহাতীৰ কিংবদন্তী আৰু ইতিহাস কেইবাহাজাৰ বছৰৰ পুৰণি। নগৰখনৰ উ
ত্‍পত্তিৰ কথা জনা নাযায় যদিও মহাকাব্য, পুৰাণ আৰু আন পৰম্পৰাগত ইতিহাসত উল্লেখ কৰা কাহিনীসমূহৰ পৰা ইয়াক [[এছিয়া]]ৰ এখন অন্যতম পুৰণি নগৰ বুলি অনুমান কৰিব পাৰি।

ইতিহাসৰ মতে গুৱাহাটী কেইবাখনো প্ৰাচীন ৰাজ্যৰ ৰাজধানী আছিল। [[মহাভাৰত]]ৰ মতে ই [[নৰকাসুৰ]] আৰু [[ভগদত্ত]]ৰ ৰাজ্যৰ ৰাজধানী আছিল। নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ [[কামাখ্যা মন্দিৰ]], চিত্ৰাচল পাহাৰত অৱস্থিত প্ৰাচীন জ্যোতিষচৰ্চাৰ মন্দিৰ [[নৱগ্ৰহ মন্দিৰ|নৱগ্ৰহ]], বশিষ্ঠৰ পুৰাতাত্বিক সম্পদ আৰু আন আন ঠায়ে নগৰখনৰ কিংবদন্তীমূলক ইতিহাসৰ কথাকে সমৰ্থন কৰিছে।

(contracted; show full)[[simple:Guwahati]]
[[sv:Guwahati]]
[[ta:குவஹாத்தி]]
[[te:గౌహతి]]
[[uk:Ґувахаті]]
[[vi:Guwahati]]
[[war:Guwahati]]
[[zh:古瓦哈提]]