Difference between revisions 82261 and 82262 on aswiki{{সম্পাদনা দ্বন্দ}} <!-- See [[Wikipedia:WikiProject Indian cities]] for details --> {{Infobox Indian jurisdiction | native_name = গুৱাহাটী |former_name = গৌহাটী | nickname=<center> মন্দিৰৰ নগৰ, উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ | other_name = |type = Metropolitan City (contracted; show full) ==নামৰ উৎপত্তি== গুৱাহাটী নামটো [[অসমীয়া ভাষা]]ৰ দুটা শব্দ 'গুৱা' (অৰ্থ- [[তামোল]]) আৰু 'হাট' (অৰ্থ- বজাৰ)ৰ পৰা উদ্ভৱ হৈছে। ব্ৰিটিছ উপনিবেশৰ কালত এই নামটো "গৌহাটী" বুলি কোৱা হৈছিল আৰু ১৯৮০ৰ দশকৰ শেষৰফালে ই বৰ্তমানৰ ৰূপ পায়। == ইতিহাস == গুৱাহা তটীৰ কিংবদন্তী আৰু ইতিহাস কেইবাহাজাৰ বছৰৰ পুৰণি। নগৰখনৰ উৎপত্তিৰ কথা জনা নাযায় যদিও মহাকাব্য, পুৰাণ আৰু আন পৰম্পৰাগত ইতিহাসত উল্লেখ কৰা কাহিনীসমূহৰ পৰা ইয়াক [[এছিয়া]]ৰ এখন অন্যতম পুৰণি নগৰ বুলি অনুমান কৰিব পাৰি। (contracted; show full)[[simple:Guwahati]] [[sv:Guwahati]] [[ta:குவஹாத்தி]] [[te:గౌహతి]] [[uk:Ґувахаті]] [[vi:Guwahati]] [[war:Guwahati]] [[zh:古瓦哈提]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=82262.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|