Difference between revisions 92967 and 93183 on aswiki{{Use dmy dates|date=July 2012}} [[File:Compost-dirt.jpg|thumb|right|Compost]] [[File:Tumbler.skips.jpg|thumb|A homemade compost tumbler]] '''পচন সাৰ''' ({{IPAc-en|icon|ˈ|k|ɒ|m|p|ɒ|s|t}} বা {{IPAc-en|ˈ|k|ɒ|m|p|oʊ|s|t}}) জৈব-পদাৰ্থক (enwiki|organic material}} প্রাকৃতিক ভাৱে বিঘটন {{enwiki|Biodegradation}} ঘটাই প্রস্তুত কৰা এবিধ জৈবিক সাৰ। জৈবিক পদ্ধতিৰে কৰা কৃষিকাৰ্য্যৰ ই এটা মূখ্য অংগ। সাধাৰণ ভাৱে বিভিন্ন জৈবিক পদাৰ্থক (যেনে 'সেউজীয়া আবৰ্জনা' - গছপাত, ৰন্ধাঘৰৰ পেলনীয়া শাক-পাচলিৰ টুকুৰা আদি) পানীৰ সহযোগত এসপ্তাৰপৰা কেইবামাহলৈকো পচাই [[হিউমাচ]]লৈ {{enwiki}humus}} ৰূপান্তৰিত হ'বলৈ দি সহজতে পচন সাৰ প্রস্তুত কৰিব পাৰি। আধুনিক ব্যৱস্থিত প্রক্ৰিয়াত ইয়াক কেইবাটাও পৰ্য্যায়ত নিয়ন্ত্ৰিত ভাবে পানী, বায়ু, কাৰ্বন, বিভিন্ন নাইট্রজেন যুক্ত উপাদান আদি যোগান ধৰি তৈয়াৰ কৰা হয়। ইয়াৰ লগতে সোনকালে পচিবৰ বাবে কেঁচু, ভেঁকুৰ, বেক্টেৰীয়া আদি বিভিন্ন জৈব বিঘটক যোগ লৰি মাজে মাজে তল ওপৰ কৰি থকা হয়। মিশ্রনত থকা ''এৰ'বিক বেক্টেৰীয়াই আবৰ্জনাবোক তাপ, [[কাৰ্বন ডাইঅক্সাইড]], [[এম'নিয়া]] আদিলৈ ৰূপান্তৰ কৰে। এম'নীয়া খিনি পাচৰ পৰ্য্যায়ত [[নাইট্ৰাইট]] আৰু [[নাইট্ৰেট]]লৈ পৰিবৰ্তিত হৈ উদ্ভিদৰ পোষক পদাৰ্থলৈ হিচাবে পৃথিৱীৰ [[নাইট্ৰজেন চক্ৰ]]ত {{enwiki|nitrogen cycle}} ভাগ লয়। ইয়াক [[নাইট্ৰজেন চক্ৰ|''নাইট্ৰিফিকেশ্যন'']] বোলে। ⏎ ⏎ ⏎ ⏎ পচন সাৰত বিভিন্ন পোষক তত্ব থাকিব বা যোগ দিয়া হ'ব পাৰে, যেনে হিউমাচ, হিউমিক Compost can be rich in nutrients. It is used in [[gardens]], [[landscaping]], [[horticulture]], and [[agriculture]]. The compost itself is beneficial for the land in many ways, including as a [[soil conditioner]], a [[fertilizer]], addition of vital [[humus]] or [[humic acids]], and as a natural [[pesticide]] for soil. In ecosystems, compost is useful for erosion control, land and stream reclamation, wetland construction, and as landfill cover (see [[compost uses]]). Organic ingredients intended for composting can alternatively be used to generate [[biogas]] through [[anaerobic digestion]]. Anaerobic digestion is fast overtaking composting in some parts of the world including central Europe as a primary means of downcycling waste organic matter.⏎ ⏎ ⏎ । খেতিৰ মাটি প্রস্তুত কাৰক {{enwiki|soil conditioner}}, মাটিত হিউমাচ, হিউমিক এচিড, বিভিন্ন পোষক দ্রব্য আদি বিভিন্ন কামৰ উপৰিও ইয়াক মাটিত প্রাকৃতিক কীটনাশক {{enwiki|natural conditioner}} যোগ কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি। পৰিবেশ তন্ত্রৰ {{enwiki|ecosystem}} হানি নঘটোৱাকৈ মাটিৰ ক্ষয়ীভৱন ৰোধ কৰা, দ মাটি পূৰন কৰা আদি কাৰ্য্যতো ইয়াক ব্যৱহাৰ কৰিব পাৰি। পচন সামগ্ৰীক 'অবায়ৱিয় পাচন' {{enwiki|anaerobic digestion}} হ'বলৈ দিলে ই [[জৈৱ গেছ]] {{enwiki|biogas}} নিৰ্গত কৰে। বৈকল্পিক তথা প্রকৃতিমুখী (eco friendly) ইন্ধন হিচাবে জৈৱ গেছ আজিকালি পৃথিৱীৰ বিভিন্ন স্থানত জনপ্ৰীয় হোৱা দেখা গৈছে। ==Ingredients== [[Image:Composting in the Escuela Barreales.jpg|200px|thumb|Home compost barrel in the Escuela Barreales, Chile.]] Composting organisms require four equally important things to work effectively: (contracted; show full) [[ta:கூட்டுரம்]] [[th:ปุ๋ยอินทรีย์]] [[uk:Компост]] [[zh:堆肥]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=93183.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|