Difference between revisions 97763 and 99161 on aswiki{{অনুবাদ}} {{Infobox Indian jurisdiction | native_name = গুৱাহাটী |former_name = গৌহাটী | nickname=<center> মন্দিৰৰ নগৰ, উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ | other_name = |type = মহানগৰ | skyline = GUWAHATI.jpg|thumb|GUWAHATI | skyline_caption = ঘড়ীৰ কাটাৰ দিশত ওপৰৰ বাওঁফালৰ পৰা: ডিভাইন প্লাজা মল, নেডফি হাউছ, ম'নাল প্লাজা, অনিল প্লাজা ডাউনটাউন গুৱাহাটী, পাহাৰৰ পৰা ৰাতিৰ দৃশ্য, গুৱাহাটীত কুঁৱলী, গনেশগুৰি উৰণীয়া সেঁতু, ডি টি টাৱাৰ্ছ |locator_position = center : <span style='font-size:8.0pt'>'''''Guwahati Metropolis''''' [[File:Guwahati City.jpg|thumb|Dusk at Guwahati]] | locator_map={{Location map|India|float=none|label=Guwahati|lat=26.13°|long=91.77°|position=left}} | latd = 26 | latm = 11 | lats = 0 | latNS = N | longd = 91 | longm = 44 | longs = 0 | longEW = E | state_name = অসম | district = [[কামৰূপ মহানগৰ জিলা|কামৰূপ নগৰ]] | region = [[নামনি অসম]] | leader_title_1 = মেয়ৰ | leader_name_1 = ডলী বৰা ([[ভাৰতীয় জাতীয় কংগ্ৰেছ]]) | leader_title_2 = উপায়ুক্ত | leader_name_2 = এছ কে ৰয়, ACS<ref>http://kamrup.nic.in/telefr.htm</ref> | altitude = 55 | climate = AC | population_as_of = 2009 | population_rank = 44 | population_total = 2508021 | population_metro = | population_metro_as_of = 2010 | population_metro_cite = | population_metro_rank = 44 | area_magnitude = | area_total =556 | area_total_cite = | area_telephone = 91 - (0) 361 - XX XX XXX | postal_code = 781 XXX | vehicle_code_range = AS-0১ (গুৱাহাটী) / AS-২৫ (দিচপুৰ) | unlocode = IN GHY | website = Guwahaticity.com | website_caption = গুৱাহাটী | inset_map_marker = yes }} '''গুৱাহাটী''', ([[ইংৰাজী ভাষা|ইংৰাজী]]: গুৱাহাটী) বা পূৰ্বতে কোৱা "গৌহাটী" [[ভাৰত]]ৰ [[অসম]] ৰাজ্যৰ এখন মহানগৰ। ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ" নামেৰে জনা গৈছিল। ই [[উত্তৰ-পূব ভাৰত]]ৰ বৃহত্তম মেট্ৰ'প'লিটান এলেকা আৰু [[কলকাতা]], [[পাটনা]]ৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। ইয়াক উত্তৰ-পূব ভাৰতৰ 'প্ৰৱেশদ্বাৰ' বুলিও কোৱা হয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ২,৫০৮,২০১ জন। যোৱা দশককেইটাত গুৱাহাটীৰ যথেষ্ট ভৌগোলিক আৰু জনসংখ্যাৰ পৰিৱৰ্তন হৈছে। প্ৰাচীন প্ৰাগজ্যোতিষপুৰ আছিল [[কামৰূপ ৰাজ্য]]ৰ ৰাজধানী। বৰ্তমানেও ইয়াত বহুতো পুৰণি মঠ-মন্দিৰ দেখিবলৈ পোৱা যায়। [[কামাখ্যা মন্দিৰ]], [[উমানন্দ মন্দিৰ]], [[নৱগ্ৰহ মন্দিৰ]], [[শুক্ৰেশ্বৰ মন্দিৰ]], [[বশিষ্ঠ মন্দিৰ]], [[দৌল গোবিন্দ মন্দিৰ]] আদি এইবোৰৰ ভিতৰত অন্যতম। গুৱাহাটী মহানগৰৰ দক্ষিণে আছে [[ব্ৰহ্মপুত্ৰ নদী]], উত্তৰে ছিলঙৰ পাহাৰ, পূবত [[লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ]] আৰু পশ্চিমে নাৰেঙ্গী অৱস্থিত। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেও [[উত্তৰ গুৱাহাটী]]ৰ ৰূপত ইয়াৰ লাহে লাহে পৰিবৰ্ধন হৈছে। [[গুৱাহাটী পৌৰ নিগম]]ৰ অধীনত থকা অঞ্চল হৈছে ২১৬ বৰ্গকি:মি: আৰু [[গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ]]ৰ অধীনত ৩৪০ বৰ্গকি:মি: এলেকা আছে। গুৱাহাটী উত্তৰ পূব ভাৰতৰ এক প্ৰধান বাণিজ্যিক আৰু শৈক্ষিক কেন্দ্ৰ। ইয়াত [[ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী]]ৰ দৰে বিশ্বস্তৰৰ শিক্ষানুষ্ঠানৰ লগতে [[গুৱাহাটী বিশ্ববিদ্যালয়]] আৰু [[কটন মহাবিদ্যালয়]]ৰ দৰে গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান অৱস্থিত। গুৱাহাটী উত্তৰ পূব ভাৰতৰ সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক কাম-কাজৰো এক অন্যতম কেন্দ্ৰ। উত্তৰ পূব ভাৰতৰ অন্য স্থানসমূহলৈ যাবৰ বাবে গুৱাহাটী এক প্ৰধান বিকল্প। গুৱাহাটী আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহত যথেষ্ট সংখ্যক হাতী, বাঘ, বান্দৰ আদি জীৱ-জন্তু আছে।<ref>Choudhury, A.U. (2002). Big cats, elephant, rhino and gaur in Guwahati. ''The Rhino Found. NE India Newsletter'' 4:16-19.</ref> চৰাই-চিৰিকতিৰ ফালৰ পৰাও এই অঞ্চল ধনী।<ref>Choudhury, A.U. (2003). Guwahati: the city of Adjutants and other endangered birds. ''The Rhino Found. NE India Newsletter'' 5:14-17.</ref> ==নামৰ উৎপত্তি== গুৱাহাটী নামটো [[অসমীয়া ভাষা]]ৰ দুটা শব্দ 'গুৱা' (অৰ্থ- [[তামোল]]) আৰু 'হাট' (অৰ্থ- বজাৰ)ৰ পৰা উদ্ভৱ হৈছে। ব্ৰিটিছ উপনিবেশৰ কালত এই নামটো "গৌহাটী" বুলি কোৱা হৈছিল আৰু ১৯৮০ৰ দশকৰ শেষৰফালে ই বৰ্তমানৰ ৰূপ পায়। == ইতিহাস == গুৱাহাতীৰ কিংবদন্তী আৰু ইতিহাস কেইবাহাজাৰ বছৰৰ পুৰণি। নগৰখনৰ উৎপত্তিৰ কথা জনা নাযায় যদিও মহাকাব্য, পুৰাণ আৰু আন পৰম্পৰাগত ইতিহাসত উল্লেখ কৰা কাহিনীসমূহৰ পৰা ইয়াক [[এছিয়া]]ৰ এখন অন্যতম পুৰণি নগৰ বুলি অনুমান কৰিব পাৰি। ইতিহাসৰ মতে গুৱাহাটী কেইবাখনো প্ৰাচীন ৰাজ্যৰ ৰাজধানী আছিল। [[মহাভাৰত]]ৰ মতে ই [[নৰকাসুৰ]] আৰু [[ভগদত্ত]]ৰ ৰাজ্যৰ ৰাজধানী আছিল। নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ [[কামাখ্যা মন্দিৰ]], চিত্ৰাচল পাহাৰত অৱস্থিত প্ৰাচীন জ্যোতিষচৰ্চাৰ মন্দিৰ [[নৱগ্ৰহ মন্দিৰ|নৱগ্ৰহ]], বশিষ্ঠৰ পুৰাতাত্বিক সম্পদ আৰু আন আন ঠায়ে নগৰখনৰ কিংবদন্তীমূলক ইতিহাসৰ কথাকে সমৰ্থন কৰিছে। [[File:Kamakhya Temple.jpg|left|upright|thumb|<center>[[কামাখ্যা মন্দিৰ]]ৰ দৃশ্য।<center>]] আমবাৰীৰ খননকাৰ্যত ষষ্ঠ খ্ৰীষ্টাব্দত নগৰখনৰ অৱস্থিতিৰ কথা জানিব পৰা গৈছে। বেলেগ বেলেগ সময়ত নগৰখনক 'প্ৰাগজ্যোতিষপুৰ' (পূবৰ পোহৰ) আৰু দুৰ্জয় বুলি জনা গৈছিল আৰু ই [[কামৰূপ ৰাজ্য]]ৰ [[বৰ্মণ ৰাজবংশ|বৰ্মণ]] আৰু [[পাল ৰাজবংশ]]ৰ ৰাজধানী আছিল। [[হিউৱেন চাঙ]]ৰ লিখনিৰ পৰা জানিব পৰা যায় যে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা ভাস্কৰবৰ্মণৰ (৭ম খ্ৰীষ্টাব্দ) ৰাজত্বকালত নগৰখনৰ বিস্তৃতি আছিল ১৯ কি:মি:, লগতে সম্ভৱতঃ ই ৰজাৰ ৩০,০০০ যুঁজাৰু নাওসমৃদ্ধ জলবাহিনীৰ প্ৰধান ঘাটি আছিল। পাল বংশৰ শাসনকালত ই ১০ম-১১শ শতিকালৈকে অসমৰ ৰাজধানী আছিল। আমবাৰীৰ খননকাৰ্য তথা [[কটন মহাবিদ্যালয়]]ৰ প্ৰেক্ষাগৃহ সাজোতে কৰা খননত উদ্ধাৰ হোৱা ইটাৰ দেৱাল আৰু ঘৰবোৰৰ পৰা ইয়াক ৯ম-১১শ শতিকা সময়ছোৱাৰ এখন অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ বৃহত্ নগৰ বুলি অনুমান কৰিব পাৰি। [[File:River Brahmaputra.jpg|thumb|300px|গুৱাহাটীৰ খাৰঘূলিৰ ওচৰৰ ব্ৰহ্মপুত্ৰ]] ১২শ-১৫শ শতিকাৰ মাজত মধ্যযুগৰ সময়ছোৱাত [[কমতা ৰাজ্য]]ৰ পতনৰ পিছত নগৰখনে পূৰ্বৰ গৰিমা হেৰুৱায় আৰু প্ৰধানতঃ পশ্চিমৰ [[কোচ হাজো]] আৰু পূবৰ [[আহোম ৰাজ্য]]ৰ কূটনৈতিক থলী হৈ পৰে। [[মোগল]]ৰ হাতত কোচ ৰাজ্যৰ পশ্চিমভাগ ([[কোচ বিহাৰ]])ৰ পতন হোৱাৰ পিছত পূবৰ ভাগটো (কোচ হাজো) আহোমৰ অধীন হৈ পৰে। আহোম আৰু মোগলৰ মাজৰ সীমা কৰতোৱা নদী (এতিয়াৰ উত্তৰ বঙ্গত) বা মানস নদী নিৰ্ধাৰণ হ'লেও গুৱাহাটী এক গুৰুত্বপূৰ্ণ ঘাটি হৈ থাকিল। [[File:Digholy Pukhury Guwahati.PNG|thumb|250px|<center>দীঘলী পুখুৰী<center>]] নগৰখন [[আহোম ৰাজবংশ|আহোম]] ৰজাই পাতি দিয়া নামনি অসমৰ সেনা প্ৰধান [[বৰফুকন]]ৰ ঘাটি আছিল। বৰ্তমানৰ ফাঁচী বজাৰৰ ঠাইত বৰফুকনত বাসগৃহ আছিল আৰু তেওঁৰ পাৰিষদ-গৃহ আছিল (দোপদাৰ) বৰ্তমান ভৰলুৰ ২৭৪ মিটাৰ পশ্চিমে। বৰফুকনৰ ব্যক্তিগত সচিব মজিন্দাৰ বৰুৱাৰ বাসগৃহ আছিল বৰ্তমানৰ উপায়ুক্তৰ বাসভৱনৰ ঠাইত। {{Harvcol|Baruah|1992|pp=200–201}} মোগলে অসম জয় কৰিবলৈ ১৭বাৰ প্ৰচেষ্টা চলাইছিল যদিও প্ৰতিবাৰেই পৰাজিত হৈছিল। গুৱাহাটীৰ ওচৰৰ [[শৰাইঘাটৰ যুদ্ধ|শৰাইঘাট]]ত হোৱা ১৬৭১ চনৰ যুদ্ধত [[লাচিত বৰফুকন]]ৰ নেতৃত্বত আহোম সেনাই মোগলক পৰাস্ত কৰিছিল। গুৱাহাটীৰ সমীপৱৰ্তী অঞ্চলত থকা "মোমাই-কটা গড়" (লাচিতে কামত গাফিলতি কৰা বাবে মোমায়েকৰ শিৰচ্ছেদ কৰা কাহিনীৰ পৰা হোৱা নাম) আহোমসকলৰ কঠোৰ শ্ৰম আৰু যুঁজাৰু মনোভাৱৰ পৰিচায়ক। গুৱাহাটীত বহুতো বুৰঞ্জীমূলক স্থান আছে। চাৰিচুকীয়া দীঘলী পুখুৰীৰ [[ব্ৰহ্মপুত্ৰ]]ৰ লগত সংযোগ আছিল আৰু সম্ভৱতঃ ইয়াক মধ্যযুগত আহোমৰ দ্বাৰা নাৱৰ বন্দৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। তাৰোপৰি বহুতো পুখুৰী, মন্দিৰ, গড় আদি দেখিবলৈ পোৱা যায়। সকলোতকৈ গুৰুত্বপূৰ্ণ পুৰাতাত্বিক স্থান হৈছে দীঘলী পুখুৰীৰ ওচৰৰ আমবাৰী। ==জলবায়ু== {{Weather box |location = গুৱাহাটী |metric first = Yes |single line = Yes |Jan record high C = 30 |Feb record high C = 33 |Mar record high C = 38 |Apr record high C = 40 |May record high C = 38 |Jun record high C = 40 |Jul record high C = 37 |Aug record high C = 37 |Sep record high C = 37 |Oct record high C = 35 |Nov record high C = 32 |Dec record high C = 28 |year record high C = 40 |Jan high C = 23 |Feb high C = 25 |Mar high C = 30 |Apr high C = 31 |May high C = 31 |Jun high C = 31 |Jul high C = 32 |Aug high C = 32 |Sep high C = 31 |Oct high C = 30 |Nov high C = 27 |Dec high C = 24 |year high C = 29 |Jan low C = 10 |Feb low C = 12 |Mar low C = 15 |Apr low C = 20 |May low C = 22 |Jun low C = 25 |Jul low C = 25 |Aug low C = 25 |Sep low C = 24 |Oct low C = 21 |Nov low C = 16 |Dec low C = 11 |year low C = 19 |Jan record low C = 5 |Feb record low C = 6 |Mar record low C = 6 |Apr record low C = 11 |May record low C = 16 |Jun record low C = 18 |Jul record low C = 20 |Aug record low C = 21 |Sep record low C = 20 |Oct record low C = 15 |Nov record low C = 10 |Dec record low C = 5 |year record low C = 5 |Jan precipitation mm = 11.4 |Feb precipitation mm = 12.8 |Mar precipitation mm = 57.7 |Apr precipitation mm = 142.3 |May precipitation mm = 248.0 |Jun precipitation mm = 350.1 |Jul precipitation mm = 353.6 |Aug precipitation mm = 269.9 |Sep precipitation mm = 166.2 |Oct precipitation mm = 79.2 |Nov precipitation mm = 19.4 |Dec precipitation mm = 5.1 |year precipitation mm = 1717.7 |source 1 = wunderground.com <ref name=weatherbox>{{cite web | url = http://www.wunderground.com/NORMS/DisplayIntlNORMS.asp?CityCode=42182&Units=both | title =Historical Weather for Delhi, India | accessdate =November 27, 2008 | publisher =Weather Underground }}</ref> |date=November 2010}} ==নগৰৰ ৰূপ== [[File:Guwahati Urban Morphology.png|thumb|<center>গুৱাহাটী নগৰৰ বিস্তৃতি<center>]] গুৱাহাটীৰ বৰ্তমানৰ ৰূপ এটা ষ্টাৰফিছৰ দৰে। কেন্দ্ৰৰ পৰা দক্ষিণ, পূব আৰু পশ্চিম দিশলৈ নগৰখনৰ বিস্তৃতি ঘটিছে। যোৱা কেইদশকমানত দক্ষিণ গুৱাহাটীৰ [[গণেশগুৰি]], [[বেলটলা]], পাঞ্জাবাৰী, জাটীয়া, কাহিলীপাৰা আদি ঠায়ে ৰাজধানী দিছপুৰক আৱৰি এটা উপ-কেন্দ্ৰ গঢ়ি তুলিছে। মুখ্য অঞ্চল পুৰণি নগৰখনৰ লগতে [[পান বজাৰ, গুৱাহাটী|পান বজাৰ]], [[পল্টন বজাৰ, গুৱাহাটী|পল্টন বজাৰ]], ফাঁচী বজাৰ আৰু উজান বজাৰেৰে গঠিত। পল্টন বজাৰ যাতায়ত আৰু হোটেলৰ কেন্দ্ৰ, পান বজাৰত বিভিন্ন শৈক্ষিক আৰু প্ৰশাসনিক ভৱন আছে, ফাঁচী বজাৰ হৈছে পাইকাৰী আৰু খুচুৰা বস্তু বিক্ৰীৰ কেন্দ্ৰ আৰু উজান বজাৰ হৈছে মূলতঃ আবাসিক আৰু প্ৰশাসনিক অঞ্চল। এইবোৰৰ লগতে পিছলৈ লাচিত নগৰ, চান্দমাৰী, উলুবাৰী, জু ৰ'ড আদি অঞ্চল সংযোজিত হয়। নগৰ সংযোগী পথসমূহৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে দক্ষিণৰফালে জি.এছ. ৰ'ড (নগৰৰ কেন্দ্ৰৰ পৰা প্ৰায় ১৫ কি:মি:)। অৰ্থনৈতিক দিশৰপৰা গুৰুত্বৰ উপৰিও ইয়াৰ আশে-পাশে বহুতো কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু আৰু বসতিস্থল আছে। অসমৰ ৰাজধানী দিছপুৰো ইয়াতে অৱস্থিত। নগৰখনৰ দক্ষিণ অংশত ইয়াৰ ওচৰতে গণেশগুৰিৰ ৰূপত যোৱা কেইদশকমান ধৰি এটা উপ-কেন্দ্ৰ গঢ়ি উঠিছে। পশ্চিম অংশত অৱস্থিত ক'ৰিডৰত (নগৰৰ কেন্দ্ৰৰ পৰা প্ৰায় ৩০ কি:মি:) গুৱাহাটীৰ পৰা দেশৰ আন আন অঞ্চল সংযোগী ৰেলপথসমূহ অৱস্থিত। এই ক'ৰিড'ৰে ঐতিহাসিক আৰু আবাসিক দিশৰপৰা গুৰুত্বপূৰ্ণ অঞ্চল যেনে নীলাচল পাহাৰ, পাণ্ডু, [[মালিগাঁও]] (উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়)ক সংযোগ কৰি দুটা ভাগ হৈছে। এটা পথ [[উত্তৰ গুৱাহাটী]]ক আৰু আনটোৱে [[গুৱাহাটী বিশ্ববিদ্যালয়]] (জালুকবাৰী) হৈ [[লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ]]ক সংযোগ কৰিছে। পূবফালে থকা তৃতীয়টো প্ৰধান ক'ৰিড'ৰে (নগৰ কেন্দ্ৰৰ পৰা প্ৰায় ১৫ কি:মি:) নুনমাটি আৰু নাৰেঙ্গিক সংযোগ কৰিছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে নগৰখনৰ দক্ষিণ অংশক আৱৰি ইয়াক পশ্চিম অংশৰ লগত সংযোগ কৰিছে। <!-- But the city is having notable changes in its morphology with rapid expansion. The Khanapara road is being converted into 4 lanes and it will be extended up to a place called Changsari in near future. Various projects are undertaken on the outskirts like the water park in Rani, which has brought those far flung areas under city reach by continuous visit by tourists. Also, two five star hotels are on the verge of being set up, arising hopes that by a decade or so, the city will be twice its size now. --> ==পৰিচালনা== [[গুৱাহাটী পৌৰনিগম]] নামৰ সংস্থা নগৰখন পৰিচালনা, বিকাশ আৰু ব্যৱস্থাপনাৰ দায়িত্বত আছে। পৌৰনিগমে নগৰখনক ৬০টা ৱাৰ্ডত ভাগ কৰিছে।<ref>{{cite web|title=Map of Municupal Wards of Guwahati|url=http://www.gmcportal.in:8080/GMCPortal/jsp/include/GMCMap.jsp|accessdate=1 July 2011}}</ref> [[গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ]] (GMDA) নামৰ ৰাজ্যিক সংস্থা বৃহত্তৰ গুৱাহাটী মহানগৰ অঞ্চলৰ পৰিকল্পনা আৰু বিকাশৰ দায়িত্বত আছে। গুৱাহাটীৰ সামগ্ৰিক বিকাশা বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰে 'গুৱাহাটী উন্নয়ন বিভাগ' স্থাপন কৰিছে। গুৱাহাটী চাৰিটা বিধান সভা সমষ্টিৰে গঠিত: জলুকবাৰী, দিছপুৰ, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী।<ref>{{cite web|title=Map of Assembly constituencies, Assam|url=http://www.mapsofindia.com/assemblypolls/assam/|publisher=Maps of India|accessdate=2 April 2011}}</ref> এই গোটেইকেইটা [[গুৱাহাটী (লোক সভা সমষ্টিৰ]]ৰ অন্তৰ্গত।<ref>{{cite web| url = http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf| title = List of Parliamentary & Assembly Constituencies| accessdate = 2008-10-05| work = Assam| publisher = Election Commission of India |format=PDF}}</ref> ==জনগাঁথনি== গুৱাহাটীৰ ভাৰতৰ ভিতৰতে দ্ৰুত গতিত বৰ্ধিত এখন নগৰ। নগৰখনৰ জনসংখ্যা ১৯৭১ চনত ২ লাখৰ পৰা বাঢ়ি ১৯৯১ চনৰ ৫ লাখৰ বেছি হয় আৰু ২০০১ চনত এই সংখ্যা হয়গৈ ৮,০৮,০২১ জন। ২০১১ চনৰ লোকপিয়ল অনুসৰি গুৱাহাটী মহনগৰৰ জনসংখ্যা ৯,৬৩,৪২৯ জন।<ref name="census">{{cite web | url=http://www.census2011.co.in/census/city/191-guwahati.html | title=Guwahati City Census | publisher=Govt. of India | accessdate=May 17, 2012}}</ref> পুৰুষ আৰু মহিলাৰ সংখ্যা ক্ৰমে ৫,০২,২২৫ জন আৰু ৪,৬১,১৭৪ গৰাকী। জনসংখ্যাৰ ৯% ০-৬ বছৰীয়া শিশু। গড় সাক্ষৰতাৰ হাৰ ৩১.১১%। পুৰুষ আৰু মহিলাৰ অনুপাত ১০০০:৯১৮ ।<ref name="census"/> জনসংখ্যাৰ অধিকাংশই [[হিন্দু ধৰ্ম|হিন্দু]] ধৰ্মাৱলম্বী লোক। ==অৰ্থনীতি== ২০১০ চনত গুৱাহাটী মহানগৰৰ মুঠ উৎপাদন প্ৰায় ১০০ কোটি মাৰ্কিন ডলাৰ বুলি ধাৰণা কৰা হৈছিল।{{citation needed}} নদী বন্দৰ হিচাপে গুৱাহাটী আগৰেপৰাই এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰ ৰূপে বিবেচিত হৈ আহিছে। নগৰৰ উপাৰ্জনৰ হিছাপ পৰম্পৰাগতভাৱে কৰা নহয় বাবে সঠিক সংখ্যা এতিয়াও পোৱা হোৱা নাই। তথাপিও বাণিজ্যিক কাম-কাজ আৰু নিয়োজনলৈ লক্ষ্য কৰিলে মহানগৰখনে অসমৰ উপাৰ্জনৰ এক বুজন অংশ বহন কৰিছে বুলি অনুমান কৰিব পাৰি। প্ৰধান অৰ্থনৈতিক কাম-কাজৰ ভিতৰত বেপাৰ-বাণিজ্য, পৰিবহণ সেৱা, চাকৰি আদি ৷ গুৱাহাটী মহানগৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক কেন্দ্ৰবিন্দু ৷ ই হ'ল মুখ্য পাইকাৰী আৰু খুচুৰা বিতৰণৰ কেন্দ্ৰস্থল ৷ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (Guwahati Tea Auction Centre) পৃথিৱীৰ ভিতৰতে এটি সৰ্ববৃহৎ নিলাম কেন্দ্ৰ ৷ অন্য চহৰবিলাকৰ দৰে বৰ্তমান গুৱাহাটী মহানগৰটো মল(mall) সংস্কৃতি গঢ়ি উঠিছে ৷ উৎপাদন এটা মুখ্য কাৰ্য যদিও ভাৰতৰ অনান্য উদ্যোগিক অঞ্চলৰ লগত ই সমানে আগবাঢ়িব পৰা নাই ৷ ইয়াৰ প্ৰধান উৎপাদন উদ্যোগ হ'ল ভাৰতীয় তেল নিগমৰ (Indian Oil Corporation Limited) গুৱাহাটী মহানগৰীৰ [[নুনমাটি]]ত অৱস্থিত [[নুনমাটি তেল শোধনাগাৰ]]টো ৷ ইয়াতে বিভিন্ন উৎপাদন কেন্দ্ৰসমূহৰ (যেনে-[[নুমলীগড় তেল শোধনাগাৰ]]) মূখ্য কাৰ্যালয় সমূহ অৱস্থিত ৷ ছপাশাল, ছপা মাধ্যম, বৈদ্যুতিক মাধ্যমসমূহৰ লগত জড়িত বিভিন্ন ব্যৱসায় সমৃহেও এক বিশেষ স্থান লাভ কৰিছে ৷ যোৱা দুটা দশকত অন্যান্য ব্যৱসায় যেনে-ৰীয়েল স্টেট, বিত্তীয় ব্যৱসায় আদিও বৃদ্ধি পাইছে ৷ বৰ্তমান সময়ত বিভিন্ন শৃংখল ব্যৱসায়িক বাণিজ্যৰ খুচুৰা বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান যেনে-বিশাল মেগা মাৰ্ট, বিগ বাজাৰ, পেন্টালুন, ৱেবছাইট আদি প্ৰতিষ্ঠানেও মহানগৰীখনৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে ৷ 'গুৱাহাটী স্টক এক্সছেইঞ্জ'(GEC) হ'ল মহানগৰীখনৰ অন্যতম উাল্লেখযোগ্য অৰ্থনৈতিক যোগাযোগৰ বিত্তীয় প্ৰতিষ্ঠান ৷ পয্যটন, শিক্ষা, গৱেষনা, সাংস্কৃতিক কাৰ্যকলাপ আদিৰ ক্ৰমান্বয়ে হোৱা বৃদ্ধিয়েও মহানগৰীখনৰ অৰ্থনীতিত বিশেষ বৰঙণি যোগাইছে ৷ ==সন্ত্ৰাসবাদ== {{Main|Assam conflict}} There is a fair amount of ethnic and religious diversity in Guwahati, but the city has been plagued by [[terrorism]] and [[insurgency]] in recent years. Several bombings were carried out in 2008 and 2009, claiming a total of at least 96 lives and wounding around 600 others.<ref>[http://news.outlookindia.com/item.aspx?627571 Assam blast toll rises to 81]</ref><ref>[http://sify.com/news/death-toll-in-guwahati-serial-bombings-rises-to-six-news-national-jegu6Fjfadg.html Death toll in Guwahati serial bombings rises to six]</ref><ref>[http://timesofindia.indiatimes.com/Twin-blasts-in-Assam-7-killed-61-wounded/articleshow/4365349.cms Terror blasts ahead of PM's visit rock Assam, kill 9]</ref> ==গঠন== [[File:IITG a Night view.jpg|thumb|250px|<center>IIT Guwahati Night View<center>]] Although being a medium sized city, ranking around 50th (in terms of population) in India, the city's quality of life is comparatively higher. A recent survey (2006) by a popular Indian magazine - [[Outlook (magazine)|Outlook]] (Money) ranked Guwahati 16th among all the major and medium sized Indian cities. The city provides competitive residential and working environments with beautiful landscapes, pleasant climate, modern shopping areas, modern apartments and bungalows, and considerably good social infrastructure. Yet infrastructure in the city still requires extensive attention, which can increase and revolutionize the city's reputation, investment environment, and overall growth pattern. Major investments in infrastructure are being planned in the city, covering many aspects of the utilities and transportation infrastructures, with financial assistance from the [[Asian Development Bank]] (ADB). Guwahati is to also receive substantial city development funds from [[JNNURM]] (Jawaharlal Nehru National Urban Renewal Mission) - the Government of India's recently conceived commission for urban development, and a development plan for the city has been recently finalized. The city suffers from the lack of sufficient utilities for the development of infrastructure. The existing water supply system is inadequate, depending largely on ground water resources (higher water level). It also lacks a comprehensive underground sewage system. Septic tanks at individual houses are popular. The storm drainage system is comparatively good, although many areas experience water logging due to heavy rainfall in the monsoon season. Extensive soil erosion from the hills and clogging of the drainage system is frequent and expensive for the city. Solid waste is being managed by the local authority with private partners. It lacks modern equipment, methods and practices. == Cityscape == {{wide image|Guwahati by Vikramjit Kakati 2012.jpg |800px|<center> ব্ৰহ্মপুত্ৰ নদীৰ সৈতে গুৱাহাটী মহানগৰীৰ বিহঙ্গম দৃশ্য | </center>}} {{wide image|Guwahati_citysky.jpg|800px|<center>Panorama of Guwahati. An overview of Guwahati Skyline</center>}} ==যাতায়ত== ===বিমান=== Guwahati is serviced by the [[Lokpriya Gopinath Bordoloi International Airport|Lokopriya Gopinath Bordoloi International Airport]] at Borjhar, about 20 km west of the city center. Air connections have improved considerably in the last couple of years and all major domestic airlines fly into Guwahati. Helicopter services are operated from Guwahati to [[Shillong]] (30 min), [[Tura, India|Tura]] (50 min), [[Naharlagun]] ([[Itanagar]]), Tawang (75 min) by [[Pawan Hans]], a [[helicopter]] service. Guwahati airport averages about 95-100 arrivals and departures a day. Guwahati is serviced with direct flights to Delhi, Jaipur, Mumbai, Kolkata, Bangalore,Chennai, Ahmedabad and other major cities in India by different airlines. [[Druk Air]] connects Guwahati internationally to [[Bangkok]] and [[Paro, Bhutan|Paro]] twice a week. A modernization plan is underway at Guwahati airport right now and once it is completed, the [[Airports Authority of India|AAI]] plans to make Guwahati a hub of air connectivity. Northeast Shuttles(P) Ltd. has started daily flights in their 18 seater Dornier 228 and 9 seater Cessna 208 aircraft from Guwahati airport connecting Silchar, Imphal, Aizawl, Dimapur. ===ৰেল=== [[image:Guwahati Railway Station at Night.jpg|250px|thumb|Guwahati Railway Station at Night]] Guwahati falls under the [[Northeast Frontier Railway]] zone of the [[Indian Railways]]. [[Guwahati Junction Railway Station|Guwahati Junction]] which is the major station of Guwahati is the headquarters of the zone. Two minor stations are Kamakhya and New Guwahati (for freight services) located towards west and east from Guwahati respectively. Major trains serving Guwahati are [[Guwahati Rajdhani Express]], [[Poorvottar Sampark Kranti Express]], [[Saraighat Express]], [[North East Express|North-East Express]], [[Guwahati Bangalore Express]], Guwahati Ernakulam Express, [[Kamrup Express]], Guwahati-[[Jorhat]] [[Jan Shatabdi Express]]. But the city still lacks direct connectivity through railway to [[Bhopal Junction]], [[Indore Junction BG]], [[Gwalior]], [[Pune]] and many central as well as western cities of India. ===পথ=== [[National Highway 31 (India)|National Highway 31]] connects Guwahati with the states [[Bihar]], [[Jharkhand]] and [[West Bengal]]. [[National Highway 37 (India)|National Highway 37]] from [[Goalpara]] in Assam to [[Dimapur]] in [[Nagaland]] traverses the entire length of Assam and connects Guwahati with almost all the major cities of Assam including the cities of [[Jorhat]] and [[Dibrugarh]]. Guwahati is very well connected with adjoining regions via bus services. Two nodal points, Adabari and Paltan Bazaar, provide bus services to towns and cities in Assam and adjoining states. Some of these services are run by the government agency ASTC, whereas a vast majority of them are run by private companies. "Night supers", or buses that run overnight, and luxury coaches, are very popular. The Inter State Bus Terminus (ISBT) located at the outskirts, provides connectivity with other regions of the Northeast with regular buses for major cities and tourist destinations of the neighbouring states. ===জল পৰিবহণ=== [[File:Saraighat Bridge, Guwahati, Assam, India .jpg|thumb|National Waterway No2 & Saraighat Bridge]] Guwahati, being on the bank of [[Brahmaputra River]], is connected to [[National Waterway 2 (India)|National Waterways No 2]], with a terminal at Pandu. It is used for movement of bulk & general cargo, passenger vessels and tourist vessels. ===স্থানীয় পৰিবহণ=== Lack of sufficient road space is also a major problem. The length of surfaced road within the city is presently at 218 km (ARSAC). The major corridor roads suffer from insufficient right of way, illegal construction methods, and improper planning and design. The roads in the residential neighborhoods are extremely narrow (lack of proper regulations) causing problems related to both traffic and infrastructure installations. Cul-de-sacs are neither planned nor designed properly. Guwahati has a good public transit system. A government agency - [[Assam State Transport Corporation]] (ASTC) and many private operators provide a considerably good city-bus system. It requires further modernization and integration with city planning and management initiatives. Guwahati is the first city in the North-east where low floored buses were introduced. Apart from City Buses, tracker services, which are soft top multi utility vehicles with a sitting capacity of 10-12, also provide public transport facilities along major roads in the city. They are popular among people for fast travel in the city, although these vehicles are usually overloaded with passengers and tend to drive very fast causing frequent accidents. Three-wheeler [[Auto rikshaw]]s are available throughout the city on metered fare basis.{{Fact|date=September 2011}} There is no organised Taxi service in Guwahati for intra-city travel, although cars are available on rental basis from numerous travel agencies operating in the city. As of now, there is no Mass Rapid Transit System in Guwahati, although the authorities are planning for the same in future. ====ৰ'পৱে==== A [[Aerial tramway|ropeway]] is being constructed connecting Guwahati city with North-Guwahati over [[Brahmaputra River]]. Its purpose is local travel as well as tourism. ==শিক্ষা আৰু চিকিৎসা সুবিধা== [[File:Iitgdepts.jpg|thumb|<center>[[IIT Guwahati]] Academic and Administrative Buildings<center>]] [[File:Assam Cotton College.jpg|thumb|<center>Cotton College buildings<center>]] The city is home to [[Gauhati University]] in Jalukbari. [[Gauhati University]] was the first university in [[Assam]] to be set up in 1948. This was also the first premier educational institute to be set up in the [[North-East India]]. [[Gauhati University]] was recently ranked among the top 26 universities of [[India]] according to a survey by [[India Today]]. The century-old [[Cotton College, Guwahati|Cotton College]] is one of the most reputed colleges in eastern India, and possesses great scholastic and cultural value. The [[IIT Guwahati|Indian Institute of Technology Guwahati]] is the sixth member of the high-profile world's renowned IITs in India. Since its establishment in 1994, IIT Guwahati has proven itself as an excellent institution for research and education. The [[Assam Engineering College]] and the [[Gauhati Medical College and Hospital]] which include Regional Dental College and Regional College of Nursing are the two important institutions for science and technology and medical education. Among the city's many other institutions of higher learning are the Gauhati Commerce College, College of Veterinary Science under AAU, Government Ayurvedic College, Arya Vidyapeeth College,B. Borooah College, Handique Girls College (they all have both Arts and Science streams), Assam Engineering Institute (engineering diploma courses), Pandu College, LCB College, West Guwahati Commerce College, K.C.Das Commerce College (1983) and J.B. Law College. Guwahati also has branches of The Institute of Chartered Accountants of India (ICAI), The Institute of Company Secretaries of India (ICSI) and The Institute of Cost and Works Accountants of India (ICWAI). [[Assam Institute of Management]], North Eastern Regional Institute of Management (NERIM), Institute of Strategic Business Management (ISBM), NEF Law College, NEF College of Management & Technology and Darwin School of Business are notable institutes of higher education. There are newly opened private higher education institutes like Royal Group of Institutions, Betkuchi, Asian Institute of Management and Technology, [[Girijananda Chowdhury Institute of Management and Technology]], Azara and NAPS- National Academy of Professional Studies. The city also has Don Bosco University, the first State approved private university in Assam and North East India. The [[Kamrup College of Vocational Training]] provides education and training on Vocational and Professional Management Courses. The city is an important center for health facilities in eastern India, featuring many government and private specialty hospitals. The most important are the Gauhati Medical College and Hospital,Regional Institute of Ophthalmology, Mahendra Mohan Choudhury Hospital, Guwahati Neurological Research Centre (GNRC), Down Town Hospital, International Hospital, Dr. B. Barooah Cancer Institute, Hayat Hospital and Sankardev Netralaya. Medical education and research are also important activities. ==ক্ৰীড়া== Guwahati has considerably good sporting facilities, boasting the [[Nehru Stadium, Guwahati|Nehru Stadium]] while the Kanaklata Indoor Stadium in the R.G. Baruah Sports Complex (in the Ulubari locality) is older sports complex of the city. There are smaller stadiums in Maligaon (the N.F. Railway Stadium) and in Paltan Bazaar area where the SAI Sports complex is located. Recently completed sporting facilities specially constructed for the 33rd National Games include a large stadium at Sarusajai—the [[Indira Gandhi Athletic Stadium]], the Dr. Zakir Hussain Aquatic Complex, and the Karmabir Nabin Chandra Bordoloi A.C. Indoor Hall. Other new sports structures include the Maulana Md. Tayabullah Hockey Stadium at [[Bhetapara]], the Deshbhakta Tarun Ram Phookan Indoor Stadium at Ulubari, Rajiv Gandhi Indoor Stadium at [[Amingaon]], and Chachal Tennis Complex. The other renovated sports complexes include—Ganesh Mandir Indoor Stadium, Khanapara, Rudra Singha Sports Complex, Dispur and Gauhati University sports stadium. [[Gauhati Town Club|GTC: Gauhati Town Club]], a very old and prestigious club of the state located at Pan Bazar is provide very good sports facilities . The club has a football academy, cricket centre, chess foundation and a swimming centre where the prime thrust is given to groom the young and budding talents of the region. A swanky new cricket stadium being under construction by Assam Cricket Association at Barsapara, under West Guwahati Assembly Constituency. The stadium boasts of having international quality standards with a capacity of 50,000. Moreover, along with the Brahmaputra river, there are many lakes and rocky hills in the city suitable for various water and adventure sports. ==উল্লেখযোগ্য স্থান== Guwahati possesses many places of interests with its lively urban activities, ancient temples, numerous scenic natural features, and the recreational activities they provide. Guwahati is also situated at the center of an attractive region (within 200 km radius) with natural parks, wildlife sanctuaries, hill stations of different types, and a colourful cultural landscape. ===মুখ্য আকৰ্ষণ=== [[File:Homeward bound.jpg|thumb|<center>A beautiful view of sunset across the Brahmaputra river near Sukleswar ghat in Guwahati<center>]] There are several interesting and lively places in the city. These areas provide the city with hotels, restaurants, shopping and business areas, the most lively being the city center. Momos and chicken rolls are a popular form of fast-food available in almost every restaurant. Moreover, there are several good restaurants offering Indian, South Indian, [[Assamese cuisine|traditional Assamese]], Chinese and continental food. There are also several good book shops and music stores. A few of these areas are: [http://www.akshayapatra.org%20 '''The Akshaya Patra Foundation:'''] The Akshaya Patra Foundation is a Not for Profit Organization (Bangalore based) which provides 12 Lakh meals everyday to Government School children in 8 states across India. In Guwahati the Foundation Provides meals for 40,000 Government School Children everyday in 400 Schools covering a radius of 45-50 km from the kitchen. Situated in Amingaon (Crossing the Saraighat Bridge) on N.H. 31, it's one of North East Regions biggest centralized kitchen facility. The Kitchen is fully mechanized with Industrial Boilers, steam cookers installed for cooking Rice, Dal, Sabji, Kheer for 50,000 children in just 4 hours. A Place worth visiting with Family & Friends. ===Shopping Malls=== The city boasts several shopping malls. These are the major ones: Big Bazar, Bazar Kolkata, Vishal Megamart, Metro Bazar, Eastrends, Hub, Ohio Shopping Mall, Pantaloons, Fort mall, Sohum Shoppe (Fancy bazar & GS road), The Cube, Dona Planet, Spanish Garden mall etc.You would find exclusive boutiques like Hidesign,Fabindia around Digholi Pukhuri and the riverside. [http://www.assamspider.com/resources/3098-Major-SHOPPING-MALLS-Guwahati-Assam.aspx] ===Multiplexes in the city=== The city has several multiplexes for refreshment from this busy city life. These are the famous ones: Gold Cinemas (Paltan Bazar, Lakhtokia & Narangi), [[CineMAX]], [[Fun Cinemas]], etc. [http://www.guwahatiyp.com/] ===City Accommodation=== '''Hotel Brahmaputra Ashok''' is a chain hotel of The Ashok Group of Hotels present across India.The Hotel was the first three star classified hotel of the North-East region . The property is situated right on the bank of mighty river Brahmaputra, just 1 km from railway station.[http://www.hotelbrahmaputraashok.com '''Brahmaputra Ashok'''][http://www.hotelbrahmaputrashok.com www.hotelbrahmaputrashok.com] '''[[Pan Bazaar, Guwahati|Pan Bazaar]]:''' A lively part of the city center on the southern bank of the Brahmaputra. Cotton College, Digholy Pukhury (Dighali Pukhuri), The State Museum, [[Reserve Bank of India|RBI]], District Court ([[Kamrup|Kamrup District]]), etc. are all major landmarks. Moreover, the area also possesses many libraries, major government offices, and a shopping district. Restaurants and bookshops in the area provide a unique environment. It also contains a major wholesale market for drugs and pharmaceutical products, and a hub for printing and publication. Close to Digholy Pukhury, there are many stores with traditional arts and crafts from Assam and other parts of the NER. Kachari Ghat, next to the district court is an important local river port. [[File:Ferry Brahmaputra.PNG|thumb|<center>Brahmaputra with Ferry; Fancy Bazaar<center>]] '''Fancy Bazaar:''' Situated in the western part of the city-center is a busy commercial district for both wholesale and retail. Originally called Fansi Bazaar after the district jail that executed criminals by hanging (''fansi'', in the local language), the name has slowly transformed to Fancy Bazaar to denote the retail stores for clothes and garments. The place is also the hub for various wholesale products ranging from food and beverages, garments, to hardware and building materials. [[File:PALTAN BAZAAR.JPG|thumb|<center>Paltan Bazaar<center>]] '''[[Paltan Bazaar, Guwahati|Paltan Bazaar]]:''' In the central part of the city-center is the hub for transportation and hotels. With Guwahati railway station, the regional bus stand (ASTC), numerous hotels, restaurants and offices and stops of numerous private regional bus service providers, this area is the busiest and most congested. There are also many small shops selling traditional garments from various parts of the NER. After the start of operations at ISBT for Intra and Inter state bus service, bus services from paltan bazar has been prohibited by authorities to ease traffic congestion in the area. Now the ASTC Bus stand and various private bus operators only run shuttle services from Paltan Bazar to ISBT. '''Ganeshguri:''' A developed commercial area in the south, outside of the city-center. Its proximity to the state capital complex and rapidly growing southern residential areas have made it an important city sub-center. Ganeshguri is a busy part of the city with retail shopping areas, hotels and restaurants, and small businesses. It is named after the popular [[Ganesh]] [[Mandir]] situated in the area. '''Beltola Bazaar:''' A traditional weekly fruits and vegetables market with historic importance. The market has existed since its historic past and is an important traditional trading point between the people from the [[Khasi hills]] ([[Meghalaya]]) and local people. It is a rich market with various types of local food products. It is located in Beltola, a predominantly residential area in the south. [[File:Gs road.JPG#|thumb|<center>GS Road, Guwahati<center>]] '''G S Road:''' A long stretch of road between Ganeshguri and Paltan Bazaar, G S Road has emerged as the new commercial hub of Guwahati. G S Road boasts of some of the finest malls and restaurants Guwahati has to offer, and is considered by many to displace Fancy Bazaar and Pan Bazaar as the major shopping centers in the years to come. It is now also one of the most important and expensive pieces of property in Guwahati, containing some of the most commercially important buildings. '''Guwahati War Cemetery:''' A World War II war cemetery, maintained by the [[Commonwealth War Graves Commission]]<ref>Hewson, Eileen (2007). ''Guwahati War Cemetery Assam India'', ISBN 9781906276058</ref> [[File:Kfc guwahati.JPG|thumb|<center>KFC Restaurant<center>]] ===Key attractions=== The key attractions are: [[File:Umanada temple.JPG|thumb|<center>Umananda Temple<center>]] '''River Cruise:''' One of the major attractions of Guwahati is the River Cruise on the Brahmaputra river. To go a cruise on the mighty river is thrilling experience.There cruise vessels like 'Jolporee','Charaidew', 'Alfresco' , 'Baginadi' etc. that will take the visitors on joy rides on the Brahmaputra river.Sitting abroad these luxurious cruise vessels tourists can relax and enjoy the beautiful view of the sunset in the evening hours. [[File:View of Brahmaputra River from Nilachal hill.jpg|thumb|<center>View of the Brahmaputra River in Guwahati from Nilachal hill<center>]] '''[[Umananda Temple]]:''' Situated on the peacock island in the middle of the Brahmaputra,this temple was built in 1664.This is a Shiva temple.It is believed that Lord Shiva by using his third eye burnt Kamdeva at this place.Every year Shivaratri is celebrated in this temple in great way.This temple island is believed to be the worlds smallest human inhabited island. [http://www.accoland.com/ '''Accoland:'''] Accoland Family fun kingdom is North-East's only amusement park.named after Acco, the mythological king of amusement.This 'Family Fun Kingdom' is located at Patgaon. [http://kalakshetra-assam.gov.in/ '''Srimanta Shankardev Kalakshetra:'''] [[Shankardev Kalakshetra]] is a place that visitors should never miss in Guwahati. Shankardev Khalakshetra name synonymous with the great Vaishnava saint and scholar of Assam [[Srimanta Shankardeva]].It is a multipurpose cultural complex in Assam that has fulfilled its aim in protecting, promoting and preserving the cultural heritage of the different communities and tribes of Assam and the entire country. '''[[Guwahati Planetarium]]:''' Situated in Uzanbazar this planetarium is the only one of its kind in the entire North-Eastern region and a centre of astronomical research. '''Assam State Museum:''' [[Assam State Museum]] is situated near Dighali Pukhuri. This state museum houses many rare, specimen of [[Ahom Dynasty]].Many articles equipment, dress materials belonging to the Glorious past of Assam are found here. Many antiques, statues, manuscripts, written on Shashi-paat and other valuable articles are preserved and displayed here. [[File:Rhino at Assam State Zoo.jpg|thumb|<center>A Rhino at Assam State Zoo<center>]] '''Kamakhya Temple:''' [[Kamakhya Temple]] situated some 5 km. away from the main city on the Nilachal Hill, is one of the most sacred Hindu Shrines of India. Goddess Kamakhya is worshipped here.'[[Ambubachi Mela]]' is celebrated every year in the middle of June in this temple.Lots of devotees from across the country gathered here during this mela. '''Shilpagram:''' Situated adjacent to Srimanta Shankardev Kalakshetra, this is the one and only Crafts Village of the North East Zone Cultural Centre (NEZCC).It had made landmark in the promotion of the varied arts and cultures of the people of the North-East. It also hold regular cultural events throughout the year in its open air stage and auditorium. '''Nehru Park:''' Situated at heart of the city at Panbazar by the side of Cotton College. Nehru Park is another place that visitors should never miss.The highlights of the park are the concrete statues of Bihu dance, Ojapali dance, Deodhani dance, Jhumur dance, Bhoor tal dance etc. There are altogether 45 concrete statues depicting these various aspects of Assamese life and culture. '''NEDFi Haat:''' NEDFi Haat is located at a leased building of Industries & Commerce Department Govt. of Assam.In NEDFi Haat visitors can buy various handicraft & handloom products. As well as they can buy varieties of traditional food items produced by the Self Help Groups of the State in the [[Bihu]] seasons. '''Assam State Zoo Cum Botanical Garden:''' [[Guwahati Zoo|Assam State Zoo cum Botanical Garden]] is located at Hengerabari Reserved Forrest in the city. '''Basistha Temple:''' [[Basistha Temple]] is situated on Sandhyachal Hill,on the southern part of the city, this beautiful tourist spot was once the ashram (harmitage) of sage Basistha. '''Sukreswar Temple:''' [[Sukreswar Temple]] is an ancient Shiva temple built by Ahom king Pramatta Singha on Dakini Jogini hill by the side of river Brahmaputra. '''[[নৱগ্ৰহ মন্দিৰ, গুৱাহাটী|নৱগ্ৰহ মন্দিৰ]]:''' Situated on the Chitranchal hill, this temple of nine planets (Navagraha) was built by Ahom king Rajeswar Singha. There is a stone imprint of solar system inside the temple. '''Digholi Pukhuri:''' Situated at the heart of the city at Uzanbazar and surrounded by the High Court on the north and the State Museum and District Library on the south. This is a huge man made tank.It was excavated by the mighty king Bhagadatta to celebrated the 'sayambar' of his daughter Bhanumati who was married off to Kourava prince Druyadhana.There is boating club on the Dighali Pukhuri. '''Ugro Tara Temple:''' Situated at the heart of the city banks of Joar Pukhuri (twin ponds). The [[Ugro Tara Temple]] is another shkati peeth temple where the eyes of sati were believed to have fallen. '''Balaji Temple, Guwahati:''' [[File:BALAJI TEMPLE,GUWAHATI.JPG|thumb|<center>Balaji Temple, Guwahati<center>]] This temple is a recent addition to the religious places of Guwahati.It is situated at Betkuchi area of the city.Balaji temple with striking South Indian architecture is unlike the other temples of this place.In the evening illuminated by electric lights the temple looks very beautiful. ===Other Attractions in and around the city=== *[[Garchuk Lachit Garh]] *[[Lankeshwar Temple]] *[[দৌল গোবিন্দ মন্দিৰ]] *[[Dirgheshwari temple]] *[[মদন কামদেৱ দেৱালয়]] *Rudreswar Temple *Nepali Mandir *Kharghuli Beach *Sarania Pahar *Urvashi Island(Restricted) *Shraddhanjali Kanan *Dighali Pukhuri *Chandubi Eco Camp *Narengi Golf Club *Pandu port *[[Hajo (India)|Hajo]] *[[Deepor Beel]] Birds Sanctuary *Asom International Trade Fair (annual) *Guwahati International Annual Book Fair (annual) *[[Sualkuchi]] *Mirza *[[Jyoti Chitraban Film and Television Institute|Jyotichitrabon]] *[http://www.gauhatiartistsguild.org.in/home/index.php/ '''Gauhati Artists' Guild'''] *Rest Camp Kalibari *AOL (Art of living) Aashram. <center> <gallery widths="180" heights="180px" perrow="5" style="border: 5px solid #a86; box-shadow: 0.1em 0.1em 0.5em rgba(0,0,0,0.75); -moz-box-shadow: 0.1em 0.1em 0.5em rgba(0,0,0,0.75); -webkit-box-shadow: 0.1em 0.1em 0.5em rgba(0,0,0,0.75); border-radius: 0.5em; -moz-border-radius: 0.5em; -webkit-border-radius: 0.5em;"> File:sarania-hills-brahmaputra.jpg|<center>Guwahati from the Sarania Hills, with the Brahmaputra river.<center> File:River Brahmaputra.jpg|<center>River Brahmaputra at Kharghuli, Guwahati<center> File:Digholy Pukhury Guwahati.PNG|<center>Digholipukhuri, Guwahati<center> File:Accoland by Vikramjit Kakati 2012.jpg|<center>Accoland Amusement park <center> </gallery> </center> ==লগতে পঢ়ক== * [[শৰাইঘাট দলং]] * [[Kamarupa]] * [[Kamarupa Anusandhan Samiti ]] * [[Pragjyotisha Kingdom]] * [[Gauhati (Lok Sabha constituency)]] ==টোকা== {{Reflist}} ==তথ্য সংগ্ৰহ== {{refbegin}} * {{Citation| surname=Buaruah | given=S. L. | title=Last Days of Ahom Monarchy | publisher=Munshiram Manoharlal Publishers Pvt Ltd, New Delhi | year=1993}} {{refend}} * Cities of ancient India By Baij Nath Puri * Early history of Kāmarupa By Kanak Lal Barua ==বাহ্যিক সংযোগ == {{commons category|Guwahati|গুৱহাটী}} *[http://www.myIndiaDirectory.com/ Online Information Portal | Yellowpages | Job Search | Classifieds ] *[http://www.guwahatimunicipalcorporation.com/ Guwahati Municipal Corporation] *[http://kamrup.nic.in/ The District of Kamrup] *[http://assamgovt.nic.in/ The Government of Assam] *[http://guwahati.com/ Guwahati.com, The City's website] *[http://Guwahatitoday.com/ Guwahati Today.Com, A Guwahati city social netwok] *[http://guwahati27.com/ A guwahati city portal] *[http://winlineindia.com/ A Guwahati Web Hosting Company] *[http://www.northeastindianews.com/category/assam-guwahati-breaking-news-headlines/guwahati-news/ Guwahati News Headlines] *[http://www.hotelrajmahal.in/ A Guwahati 4 Star Hotel Rajmahal] {{অসম}} {{অসমৰ নগৰ-মহানগৰ}} [[শ্ৰেণী:অসমৰ নগৰ-মহানগৰ]] [[bn:গুয়াহাটি]] [[bpy:গুৱাহাটি]] [[ca:Guwahati]] [[cy:Guwahati]] [[de:Guwahati]] [[en:Guwahati]] [[eo:Guvahati]] [[es:Guwahati]] [[fa:گواتی]] [[fi:Guwahati]] [[fr:Guwahati]] [[gu:ગુવાહાટી]] [[hi:गुवाहाटी]] [[hr:Guwahati]] [[id:Guwahati]] [[it:Guwahati]] [[ja:グワーハーティー]] [[kn:ಗುವಾಹಾಟಿ]] [[ko:구와하티]] [[ml:ഗുവഹാത്തി]] [[ms:Guwahati]] [[ne:गुवाहाटी]] [[new:गुवाहाटी]] [[nl:Guwahati]] [[no:Guwahati]] [[pa:ਗੁਹਾਟੀ]] [[pam:Guwahati]] [[pl:Guwahati]] [[pnb:گوواہاتی]] [[pt:Guwahati]] [[ro:Guwahati]] [[ru:Гувахати]] [[sa:गुवहाटी]] [[simple:Guwahati]] [[sr:Гувахати]]⏎ [[sv:Guwahati]] [[ta:குவஹாத்தி]] [[te:గౌహతి]] [[tr:Guwahati]] [[uk:Ґувахаті]] [[vi:Guwahati]] [[war:Guwahati]] [[zh:古瓦哈提]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=99161.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|