Difference between revisions 3269 and 3270 on aswikisource

{{header
 | title      = কুম্পুৰ সপোন 
 | author     = জ্যোতিপ্ৰসাদ আগৰৱালা
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
 | portal     = 
 | wikipedia  =  জ্যোতিপ্ৰসাদ আগৰৱালা
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | wikiversity= 
 | wikispecies=
 | meta       = 
 | notes      =  জ্যোতি সংগীত
}}

:::::::::::::মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি
:::::::::::::আৰু দুজনী – নাক জিলিকা চকু টেলেকা
:::::::::::::তিলিকা তিলিকা পিলিকা পিলিকা যখিনী ছোৱালী

:::::::::::::এটা ক’লা, এটা বগা নাঙঠ পিঙঠ ভূত
(contracted; show full):::::::::::::পুতলা থোৱা আলমাৰিটোত আনি সুমাই থলোঁ
:::::::::::::তাৰ পাছতে তই মাতোতে উঠিলো সাৰ পাই।
:::::::::::::মা, মোৰ হ’লে অক্কনমানো ভূতলে ভয় নাই,
:::::::::::::ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
:::::::::::::ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়।
:::::::::::::মা, মোৰ হ’লে ভূতলে ভয় নাই।

[[Category:জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু সাহিত্য]]