Difference between revisions 3286 and 3287 on aswikisource::::::::::::::::অক্কণমানি ল’ৰা — ::::::::::::::থিয় দিব খোজোঁতেই ::::::::::::::::থুপুক-থাপাক পৰা ৷ ::::::::::::::কোনোমতে অকাই – পকাই ::::::::::::::::এখোজ – দুখোজ যায় ::::::::::::::::::চিৎভলঙা খায়, ::::::::::::::খোজ কাঢ়িব নৌ পাৰোঁতেই ::::::::::::::::::লৰ দিবলৈ চায় ৷ ==next== কান্দে ৰাতি পৰে পৰে দুধ নাপাই চিঞৰ ধৰে হঁহা – কন্দা দুটা কথা এতিয়া মাথোন জানে, মুখৰ এটাও মাত ফুটা নাই কল্কলায় পাৰেমানে ৷ নতুন কিবা পালে নিয়ে মুখৰ ফালে হিচাপ নেপাই নাকৰ বিন্ধাত গোজে, উৰি যোৱা ঘৰচিৰিকা থাপ মাৰিব খোজে ৷⏎ ⏎ [[শ্ৰেণী:জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=3287.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|