Difference between revisions 3287 and 3288 on aswikisource{{header | title = অক্কণমানি ল’ৰা | author = জ্যোতিপ্ৰসাদ আগৰৱালা | translator = | section = | previous = | next = [[অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)]] | year = | portal = | wikipedia = জ্যোতিপ্ৰসাদ আগৰৱালা | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = }}⏎ ⏎ ::::::::::::::::অক্কণমানি ল’ৰা —- ::::::::::::::থিয় দিব খোজোঁতেই ::::::::::::::::থুপুক-থাপাক পৰা ৷ ::::::::::::::কোনোমতে অকাই – পকাই ::::::::::::::::এখোজ –- দুখোজ যায় ::::::::::::::::::চিৎভলঙা খায়, ::::::::::::::খোজ কাঢ়িব নৌ পাৰোঁতেই ::::::::::::::::::লৰ দিবলৈ চায় ৷ ==next== কান্দে ৰাতি পৰে পৰে দুধ নাপাই চিঞৰ ধৰে হঁহা – কন্দা দুটা কথা এতিয়া মাথোন জানে, মুখৰ এটাও মাত ফুটা নাই কল্কলায় পাৰেমানে ৷ নতুন কিবা পালে নিয়ে মুখৰ ফালে হিচাপ নেপাই নাকৰ বিন্ধাত গোজে, উৰি যোৱা ঘৰচিৰিকা থাপ মাৰিব খোজে ৷ [[শ্ৰেণী:জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=3288.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|