Difference between revisions 3315 and 3322 on aswikisource{{header | title = অ'মোৰ ধুনীয়া গাঁও | author = জ্যোতিপ্ৰসাদ আগৰৱালা | translator = | section = | previous = [[অবুজ মাতৰ বিবুজ বাতৰি]] | next = [[আকাশী ঘৰত থাকে]] | year = | portal = | wikipedia = জ্যোতিপ্ৰসাদ আগৰৱালা | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = }} ⏎ :::::::অ’ মোৰ ধুনীয়া গাঁও ⏎ ⏎ :::::::ৰজাকো, প্ৰজাকো, ⏎ ⏎ :::::::::আমাক গৰকাকো ⏎ ⏎ :::::::::তোৰে পদূলিতে বান্ধি ৰখাওঁ ⏎ ⏎ ::::::::::অ’ মোৰ ধুনীয়া গাঁও ৷ ⏎ ⏎ :::::::তোৰে কোলাৰে জাতিবাঁহজুপিয়ে ⏎ ⏎ :::::::::: থকা ঘৰে মোক দিয়ে, ==পৰৱৰ্তী== ইকৰা-খাগৰি উলু-খেৰণিয়ে হজুৱা-বনুৱা জীয়ে ৷ তোৰ মৰমতে ধাননি উপচি মাণিকিমধুৰী আহে, তোৰে চেনেহতে ফুলা সৰিয়হে পাহি মেলি মেলি হাঁহে ৷ তোৰে চোতালতে গাঁৱৰ জীয়ৰীয়ে নকৈ বাঁতিছে তাঁত, গাঁৱৰ ডেকা ল’ৰাই তিনিসইত খাইছে -- নেৰিছোঁ নেৰিছোঁ দুবেলাৰ দুসাজি ভাত ৷ অ’ মোৰ ধুনীয়া গাঁও ! অত দিনে থকা অভুৱাভাৰীৰ ছলাহি ভাঙি পেলাওঁ ৷ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=3322.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|