Difference between revisions 3322 and 3323 on aswikisource

{{header
 | title      = অ'মোৰ ধুনীয়া গাঁও
 | author     = জ্যোতিপ্ৰসাদ আগৰৱালা
 | translator = 
 | section    = 
 | previous   = [[অবুজ মাতৰ বিবুজ বাতৰি]]
 | next       = [[আকাশী ঘৰত থাকে]]
 | year       = 
 | portal     = 
 | wikipedia  =  জ্যোতিপ্ৰসাদ আগৰৱালা
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | wikiversity= 
 | wikispecies=
 | meta       = 
 | notes      =  
}}

:::::::অ’ মোৰ ধুনীয়া গাঁও   
:::::::ৰজাকো, প্ৰজাকো,
:::::::::আমাক গৰকাকো
:::::::::তোৰে পদূলিতে বান্ধি ৰখাওঁ
::::::::::অ’ মোৰ ধুনীয়া গাঁও ৷
:::::::তোৰে কোলাৰে জাতিবাঁহজুপিয়ে
:::::::::: থকা ঘৰে মোক দিয়ে,
==পৰৱৰ্তী==
:::::::ইকৰা-খাগৰি উলু-খেৰণিয়ে

                             
                             ::::::::::::হজুৱা-বনুৱা জীয়ে ৷


:::::::তোৰ মৰমতে ধাননি উপচি

                             
                             ::::::::::::মাণিকিমধুৰী আহে,


:::::::তোৰে চেনেহতে ফুলা সৰিয়হে

                  
                  :::::::::: পাহি মেলি মেলি হাঁহে ৷


:::::::তোৰে চোতালতে গাঁৱৰ জীয়ৰীয়ে

                   
                   ::::::::::নকৈ বাঁতিছে তাঁত,


:::::::গাঁৱৰ ডেকা ল’ৰাই

          
          :::::::::তিনিসইত খাইছে --

          
          :::::::::নেৰিছোঁ নেৰিছোঁ

                   
                   ::::::::::দুবেলাৰ দুসাজি ভাত ৷


:::::::অ’ মোৰ ধুনীয়া গাঁও !

          
          :::::::::অত দিনে থকা
:::::::::ভুৱাভাৰীৰ ছলাহি ভাঙি পেলাওঁ ৷