Difference between revisions 3323 and 3325 on aswikisource{{header | title = অ'মোৰ ধুনীয়া গাঁও | author = জ্যোতিপ্ৰসাদ আগৰৱালা | translator = | section = | previous = [[অবুজ মাতৰ বিবুজ বাতৰি]] | next = [[আকাশী ঘৰত থাকে]] | year = | portal = | wikipedia = জ্যোতিপ্ৰসাদ আগৰৱালা | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = }} :::::::অ’ মোৰ ধুনীয়া গাঁও :::::::ৰজাকো, প্ৰজাকো, :::::::::আমাক গৰকাকো :::::::::তোৰে পদূলিতে বান্ধি ৰখাওঁ ::::::::::অ’ মোৰ ধুনীয়া গাঁও ৷ :::::::তোৰে কোলাৰে জাতিবাঁহজুপিয়ে :::::::::: থকা ঘৰে মোক দিয়ে, :::::::ইকৰা-খাগৰি উলু-খেৰণিয়ে ::::::::::::হজুৱা-বনুৱা জীয়ে ৷ :::::::তোৰ মৰমতে ধাননি উপচি ::::::::::::মাণিকিমধুৰী আহে, :::::::তোৰে চেনেহতে ফুলা সৰিয়হে :::::::::: পাহি মেলি মেলি হাঁহে ৷ :::::::তোৰে চোতালতে গাঁৱৰ জীয়ৰীয়ে ::::::::::নকৈ বাঁতিছে তাঁত, :::::::গাঁৱৰ ডেকা ল’ৰাই :::::::::তিনিসইত খাইছে -- :::::::::নেৰিছোঁ নেৰিছোঁ ::::::::::দুবেলাৰ দুসাজি ভাত ৷ :::::::অ’ মোৰ ধুনীয়া গাঁও ! :::::::::অত দিনে থকা :::::::::ভুৱাভাৰীৰ ছলাহি ভাঙি পেলাওঁ ৷⏎ ⏎ [[শ্ৰেণী:জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=3325.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|