Difference between revisions 4379 and 4448 on aswikisource

{{header
 | title      = মণিৰাম দেৱানৰ গীত
 | author     = অনামী
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
 | portal     = 
 | wikipedia  = মণিৰাম দেৱান 
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | wikiversity= 
 | wikispecies=
 | meta       = 
 | notes      = মণিৰাম দেৱানৰ জীৱনভিত্তিক এই বেলাড বা কাহিনী-গীতটো বেণুধৰ শৰ্মা ৰচিত মানুহ প্ৰকাশন, ৰিহাবাৰী, গুৱাহাটী-৭৮৫৬৯০ ৰ দ্বাৰা ১৯১৫ শকত প্ৰকাশিত 'মণিৰাম দেৱান' শীৰ্ষক গ্ৰন্থৰ (পৃঃ ৩১৭-৩২৩) পৰা সংগ্ৰহ কৰা হৈছে।  
}}

:::::১
::আই সৰেচতী দেৱী পাৰেৱতী
::তোমালৈ বঢ়াই যাওঁ চাউল,
::পাহৰা পদকে সোঁৱৰাই দি যাবা
::গীতৰ ভাঙি যাবা আউল।

:::::২
::চান্দক সেৱা কৰোঁ সূৰ্যক সেৱা কৰোঁ
(contracted; show full):::::৫৫

:::::৫৬

:::::৫৭

:::::৫৮


:::::৫৯::ম'হত পৰিলে চুটীয়া শালিকা
:::আমত মলিয়ালে মল,
::মণিৰাম দেৱানক যোৰহাটত মাৰিলে
:::বুকু হমহমাই গ'ল।

:::::৫৯
::আঠিয়া কলৰে আখা মণিৰাম
:::আঠিয়া কলৰে আখা,
::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে
:::আমঠু পৰি গ'ল ক'লা।

[[Category:মালিতা]]