Difference between revisions 4374 and 4379 on aswikisource:::::১ ::আই সৰেচতী দেৱী পাৰেৱতী ::তোমালৈ বঢ়াই যাওঁ চাউল, ::পাহৰা পদকে সোঁৱৰাই দি যাবা ::গীতৰ ভাঙি যাবা আউল। :::::২ ::চান্দক সেৱা কৰোঁ সূৰ্যক সেৱা কৰোঁ (contracted; show full):::::১৯ ::মণিৰাম গৈছিলে বঙালৰ দেশলৈ :::ৰংপুৰত মাৰিলে হাঁচি, ::কাণৰ গুণা ছিগি অমঙ্গল মিলিল ঐ :::দিলে যোৰহাটত ফাঁচী। :::::২০ ⏎ :::::২১ :::::২১ :::::২২ :::::২৩ :::::২৪ ::::চিৰিপ্ চিৰিপ্ কৰি ::চাহাব গৈ আছিলে ::মণিৰাম গৈছিল নাৱত, ::মণিৰাম দেৱানে টাংগুটি খেড়োতে ::পিছলি পৰিল খালত। :::::২১ ::এপিনে পাৰ হল মৰিকৈ মিছিমি :::এপিনে পাৰ হ'ল ডোম, ::এপিনে পাৰে হ'ল মণিৰাম দেৱান ঐ :::পিছলি পৰিলে খালত। :::::২২ ::ভটীয়াই গলেগৈ উজনীৰ মণিৰাম :::বাটত খাই গ'ল জৰা, ::মণিৰামৰ বাটৰি নেপাওঁ ভালে কৰি :::যংতৰৰ নুঘুৰে শলা। :::::২৩ ::মণিৰাম দেৱানে 'ভাট' ফকিৰক :::চিঠি দি পঠিয়াই দিলে, ::দিচৈ নৈৰ পাৰতে পৰ্বতীয়া বৰুৱাই :::ফকিৰক ধৰোৱাই দিলে। :::::২৪ ::তৰাণিৰ মাজৰে গান্ধী ঐ মণিৰাম :::তৰাণিৰ মাজৰে গান্ধী, ::যেতিয়াই পালেগৈ হাওলাট চাহাব :::তেতিয়াই আনিলে বান্ধি।⏎ ⏎ :::::২৫ ⏎ :::::২৬ :::::২৭::হাবিৰ ডলীয়া বেত মোৰ দেউতা :::হাবিৰ ডলীয়া বেত, ::মণিৰাম দেৱানক বান্ধি-ছাটি লৈছে :::গোৰোহাই বৈ যায় তেজ। :::::২৬ ::উজায়ে আহিলে মণিৰাম দেৱান ঐ :::বাটত কিনি খালে আখৈ, ::খৰকৈ যোৱাগৈ ব'মৰ মাকক কোৱাগৈ :::মূৰতো নিদিব কাকৈ। :::::২৭ ::ৰূপৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম :::সোণৰ ধোঁৱাখোৱাত খালি, ::ৰজা হবলৈ ওলালি মণিৰাম :::ডিঙিত ছিপেজৰী ললি। :::::২৮ :::::২৯ :::::৩০ :::::৩১ :::::৩২ :::::৩৩ :::::৩৪ :::::৩৫ :::::৩৬ :::::৩৭ :::::৩৮ :::::৩৯ :::::৪০ :::::৪১ :::::৪২ :::::৪৩ :::::৪৪ :::::৪৫ :::::৪৬ :::::৪৭ :::::৪৮ :::::৪৯ :::::৫০ :::::৫১ :::::৫২ :::::৫৩ :::::৫৪ :::::৫৫ :::::৫৬ :::::৫৭ :::::৫৮ :::::৫৯ [[Category:মালিতা]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=4379.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|