Difference between revisions 4449 and 4450 on aswikisource{{header | title = মণিৰাম দেৱানৰ গীত | author = অনামী | translator = | section = | previous = | next = | year = | portal = | wikipedia = মণিৰাম দেৱান | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = মণিৰাম দেৱানৰ জীৱনভিত্তিক এই বেলাড বা কাহিনী-গীতটো বেণুধৰ শৰ্মা ৰচিত আৰু মানুহ প্ৰকাশন, ৰিহাবাৰী, গুৱাহাটী-৭৮৫৬৯০ ৰ দ্বাৰা ১৯১৫ শকত প্ৰকাশিত 'মণিৰাম দেৱান' শীৰ্ষক গ্ৰন্থৰ (পৃঃ ৩১৭-৩২৩) পৰা সংগ্ৰহ কৰা হৈছে। }} :::::১ ::আই সৰেচতী দেৱী পাৰেৱতী ::তোমালৈ বঢ়াই যাওঁ চাউল, ::পাহৰা পদকে সোঁৱৰাই দি যাবা ::গীতৰ ভাঙি যাবা আউল। :::::২ ::চান্দক সেৱা কৰোঁ সূৰ্যক সেৱা কৰোঁ ::পাৰ্ৱতীক সেৱা কৰো, ::ফভৰলী আইকো কৰোঁ সাত সেৱা ::মণিৰামৰ ভণিতা জোৰোঁ। :::::৩ ::কোনে বোলে জীলে, ::ইংৰাজে দেশখন ::আকৌ আমাক দিলে (contracted; show full) :::::৫৯ ::আঠিয়া কলৰে আখা মণিৰাম :::আঠিয়া কলৰে আখা, ::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে :::আমঠু পৰি গ'ল ক'লা। [[Category:মালিতা]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=4450.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|