Difference between revisions 4450 and 4451 on aswikisource{{header | title = মণিৰাম দেৱানৰ গীত | author = অনামী | translator = | section = | previous = | next = | year = | portal = | wikipedia = মণিৰাম দেৱান | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = মানুহৰ মুখে-মুখে প্ৰচলিত হৈ অহা মণিৰাম দেৱানৰ জীৱনভিত্তিক এই বেলাড বা কাহিনী-গীতটো বেণুধৰ শৰ্মা ৰচিত আৰু মানুহ প্ৰকাশন, ৰিহাবাৰী, গুৱাহাটী-৭৮৫৬৯০ ৰ দ্বাৰা ১৯১৫ শকত প্ৰকাশিত 'মণিৰাম দেৱান' শীৰ্ষক গ্ৰন্থৰ (পৃঃ ৩১৭-৩২৩) পৰা সংগ্ৰহ কৰা হৈছে। }} :::::১ ::আই সৰেচতী দেৱী পাৰেৱতী ::তোমালৈ বঢ়াই যাওঁ চাউল, ::পাহৰা পদকে সোঁৱৰাই দি যাবা ::গীতৰ ভাঙি যাবা আউল। (contracted; show full):::::২৭ ::ৰূপৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম :::সোণৰ ধোঁৱাখোৱাত খালি, ::ৰজা হবলৈ ওলালি মণিৰাম :::ডিঙিত ছিপেজৰী ললি। :::::২৮ ⏎ :::::২৯ :::::৩০ :::::৩১ :::::৩২ :::আজি কি বাৰ গুৰু বৃহপতি :::কালি কি বাৰ শুকুৰ, ::মণিৰাম দেৱানৰ অমঙ্গল মিলিত ঐ :::চালতে বগালে কুকুৰ। :::::২৯ ::উজায়ে আহিলে কাকতি-ফৰিঙে :::বৰতী (ব্ৰডী) চাহাবৰ দিনত, ::মাহে সৰিয়হ চপাই খাই গ'ল :::পকা ধান নেখালে ঘিণত। :::::৩০ ::উজায়ে আহিলে মণিৰাম দেৱানঐ :::মাজুলীত চটালে চটি, ::ৰংপুৰ জিলাৰে বৰশী আনিলে :::ডিঙিত চিপে জৰী দিলি। :::::৩১ ::ছ অৰা নাও লৈ লালেবন্দী দিবলৈ :::মণিৰাম ভটিয়াই গ'ল, ::পাচতে থাকিলে পিয়ালী বৰুৱা :::ছকুৰি পাইকৰ খেল। :::::৩২ ::যোৰহাটত নুৰুবি আদা মোৰ কুটুম ঐ :::গোলাঘাটত নুৰুবি আদা, ::সাটোটা গেৰাজৰ চিপাহী :::দিলে মণিৰামক খেদা। ⏎ ⏎ :::::৩৩ ⏎ :::::৩৪ :::::৩৫ :::::৩৬ :::::৩৭::মণিৰামৰ বৰে ঘৰ কুঠলি কুঠলি :::চুঁচৰি সোমালে গুঁই, ::মণিৰাম গৈছিলে দেশ মাৰিবলৈ :::বন্দুকে নিদিলে জুই। :::::৩৪ ::টেকেলি পৰিবৰ নাদত হৰি হৰি :::টেকেলি পৰিবৰ নাদত, ::বাগী দি সাৰিলে চৰাৰ চাৰি ফুকন :::মণিৰাম পৰিলে ফান্দত। :::::৩৫ ::চান্দো লৰিছে সুৰুযো লৰিছে :::লৰিল বসুমতী আই, ::বাৰ পাল ৰণুৱাই খেদিব লাগিছে :::মণিৰামৰ কিনো বিলাই। :::::৩৬ ::চোঁতালৰ আগৰে কাঞ্চন ফুল এপাহি :::নিতৌ একো পাহি সৰে, ::মণিৰাম দেৱানক চাঙলৈ তুলিলে :::আগতকৈ জেউতি চৰে। :::::৩৭ ::জিলীয়ে কৰিবৰ কা মোৰ দেউতা :::কাউৰীয়ে কৰিবৰ কা, ::তিনি আলি মূৰতে মণিৰামক মাৰিলে :::উভতি বলিলে বা। :::::৩৮ :::::৩৯ :::::৪০ :::::৪১ :::::৪২ :::::৪৩ :::::৪৪ :::::৪৫ :::::৪৬ :::::৪৭ :::::৪৮ :::::৪৯ :::::৫০ :::::৫১ :::::৫২ :::::৫৩ :::::৫৪ :::::৫৫ :::::৫৬⏎ ::জিলিকি আহিলে চৰা নাওখনি :::জিলিকি আহিলে টিং ::তাৰে মাজতে মণিৰাম জিলিকিল :::গলধনৰ চুলিতে চিন। :::::৫৭ ::বৈ নববি চৈ ঐ মণিৰাম :::বৈ নববি চৈ, ::উধান যেন খোপা মই বান্ধি পঠিয়াম :::ৰংপুৰত মেলিবি গৈ। :::::৫৮ ::ম'হত পৰিলে চুটীয়া শালিকা :::আমত মলিয়ালে মল, ::মণিৰাম দেৱানক যোৰহাটত মাৰিলে :::বুকু হমহমাই গ'ল। :::::৫৯ ::আঠিয়া কলৰে আখা মণিৰাম :::আঠিয়া কলৰে আখা, ::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে :::আমঠু পৰি গ'ল ক'লা। [[Category:মালিতা]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=4451.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|