Difference between revisions 4451 and 4452 on aswikisource

{{header
 | title      = মণিৰাম দেৱানৰ গীত
 | author     = অনামী
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
(contracted; show full):::ঘনে সোঁহাত লৰে,
::কাউৰীয়ে ৰমলিয়ায় ফেঁচাই কুৰুলিয়ায়
:::সপোনত আগদাঁত সৰে।

:::::১৭
::দেশ পাতিবলৈ ওলালি মণিৰাম
:::জঁতৰাই মাৰিলে হাঁচি
::লগৰ সমনীয়াই
  শতৰু শালিলে
:::ললি যোৰহাটত ফাঁচী।

:::::১৮
::ৰজা পাতিবলৈ ওলালি মণিৰাম
:::জঁতৰাই মাৰিলে হাঁচি,
::ল'ৰাকৈ তিৰুতা এথানিত পেলালি
:::ললি যোৰহাটত ফাঁচী।
(contracted; show full)
:::::৫৯
::আঠিয়া কলৰে আখা মণিৰাম
:::আঠিয়া কলৰে আখা,
::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে
:::আমঠু পৰি গ'ল ক'লা।

[[Category:মালিতা]]