Difference between revisions 4452 and 4458 on aswikisource{{header | title = মণিৰাম দেৱানৰ গীত | author = অনামী | translator = | section = | previous = | next = | year = (contracted; show full):::::৩৭ ::জিলীয়ে কৰিবৰ কা মোৰ দেউতা :::কাউৰীয়ে কৰিবৰ কা, ::তিনি আলি মূৰতে মণিৰামক মাৰিলে :::উভতি বলিলে বা। :::::৩৮ ⏎ :::::৩৯ :::::৪০ :::::৪১ :::::৪২ :::::৪৩ :::::৪৪ :::::৪৫ :::::৪৬ :::::৪৭::ফেঁচুৱে কৰিলে চিঁউ মোৰ দেউতা :::ফেঁচুৱে কৰিলে চিঁউ, ::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে :::আকাশে উৰি গ'ল জিউ। :::::৩৯ ::মণিৰামক মাৰিলে আঁৰ কাপোৰ তৰিলে :::ওপৰে বগালে চিলা, ::মণিৰামৰ কাম-কাজ কৰিব লাগিলে :::পামগৈ শদিয়া জিলা। :::::৪০ ::আগনিশা কান্দিলে ঘুঘূঁৰী কপৌ :::পাচনিশা কান্দিলে ফেঁচা, ::মণিৰাম দেৱানক যোৰহাটত মাৰিলে :::চেঁচা হ'ল ৰংপুৰ জিলা। :::::৪১ ::মণিৰামক মাৰিলি ভালকে কৰিলি :::পিয়ালিক মাৰিলি কিয়, ::সেইনো কথা শুনি ৰংপুৰৰ আমোলাৰ :::আকাশে উৰি গ'ল জীৱ। :::::৪২ ::ৰৈ ৰৈ কান্দিলে চুঙাৰ বাদুলী :::ৰৈ ৰৈ কান্দিলে জিলী, ::ৰৈ ৰৈ কান্দিলে লগৰ সমনীয়াই :::মণিৰামক মাৰিলে বুলি। :::::৪৩ ::ভীৰ খাই বগৰি লাগিল, ::মণিৰাম দেৱান মৰিবৰে পৰা ::টেক্সি খাজনা লাগিল। :::::৪৪ ::কান্দিবলৈ ধৰিলে গাঁওৰ বুঢ়া-মেথাই :::দেৱানৰ কথালৈ চাই, ::সাতৰাজ মাৰি একেৰাজ কৰিলে :::ললে যোৰহাটত ঠাই। :::::৪৫ ::ভাৱনাত লগালে ম'তা মণিৰাম :::ভাৱনাত লগালে মতা, ::নগাঁও নৰঙ্গী শবদ ফুটি গল :::অকল মণিৰামৰ কথা। :::::৪৬ ::লথৌৱে লঠালে পুৰন্দৰে পুৰিলে :::হৰনাথে মাৰিলে কণ, ::অতক ধনেকৈ নাটিলে মণিৰাম :::ভাটীলৈ মেলিলি মন। :::::৪৭ ::চালত মলঙিলে চালেদৈ কোমোৰা :::টেকেলিত মলঙিলে লোণ, ::মাটিত মলঙিলে মণিৰাম দেৱান ঐ :::নেকান্দি থাকিব কোন। :::::৪৮ :::::৪৯ :::::৫০ :::::৫১ :::::৫২ :::::৫৩ :::::৫৪ :::::৫৫ :::::৫৬ ::জিলিকি আহিলে চৰা নাওখনি :::জিলিকি আহিলে টিং ::তাৰে মাজতে মণিৰাম জিলিকিল :::গলধনৰ চুলিতে চিন। :::::৫৭ ::বৈ নববি চৈ ঐ মণিৰাম :::বৈ নববি চৈ, ::উধান যেন খোপা মই বান্ধি পঠিয়াম :::ৰংপুৰত মেলিবি গৈ। :::::৫৮ ::ম'হত পৰিলে চুটীয়া শালিকা :::আমত মলিয়ালে মল, ::মণিৰাম দেৱানক যোৰহাটত মাৰিলে :::বুকু হমহমাই গ'ল। :::::৫৯ ::আঠিয়া কলৰে আখা মণিৰাম :::আঠিয়া কলৰে আখা, ::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে :::আমঠু পৰি গ'ল ক'লা। [[Category:মালিতা]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=4458.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|