Difference between revisions 4458 and 4459 on aswikisource{{header | title = মণিৰাম দেৱানৰ গীত | author = অনামী | translator = | section = | previous = | next = | year = (contracted; show full):::::৪৭ ::চালত মলঙিলে চালেদৈ কোমোৰা :::টেকেলিত মলঙিলে লোণ, ::মাটিত মলঙিলে মণিৰাম দেৱান ঐ :::নেকান্দি থাকিব কোন। :::::৪৮ ⏎ :::::৪৯::বালিত জিলিকিলে বালিৰ বালিচন্দা :::তাতোকৈ জিলিকে সোণ, ::তাতোকৈ জিলিকে মণিৰাম দেৱান ঐ :::নেকান্দি থাকিব কোন। :::::৪৯ ::অতিকৈ চেনেহৰ মুগাৰ মহুৰা :::তাতোকৈ চিকুণ মাকো, ::তাতোকৈ চিকুণ মণিৰাম দেৱান ঐ :::নেকান্দি কেনেকৈ থাকো। :::::৫০ :::::৫১ :::::৫২ :::::৫৩ :::::৫৪ :::::৫৫ :::::৫৬ ::জিলিকি আহিলে চৰা নাওখনি :::জিলিকি আহিলে টিং ::তাৰে মাজতে মণিৰাম জিলিকিল :::গলধনৰ চুলিতে চিন। :::::৫৭ ::বৈ নববি চৈ ঐ মণিৰাম :::বৈ নববি চৈ, ::উধান যেন খোপা মই বান্ধি পঠিয়াম :::ৰংপুৰত মেলিবি গৈ। :::::৫৮ ::ম'হত পৰিলে চুটীয়া শালিকা :::আমত মলিয়ালে মল, ::মণিৰাম দেৱানক যোৰহাটত মাৰিলে :::বুকু হমহমাই গ'ল। :::::৫৯ ::আঠিয়া কলৰে আখা মণিৰাম :::আঠিয়া কলৰে আখা, ::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে :::আমঠু পৰি গ'ল ক'লা। [[Category:মালিতা]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=4459.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|