Difference between revisions 4464 and 4476 on aswikisource

{{header
 | title      = মণিৰাম দেৱানৰ গীত
 | author     = অনামী
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
(contracted; show full)
::::::::::::::::::১৫
:::::::::::::::ৰৈ নো ৰৈ কান্দিলে বৃন্দাৱনী গাভৰু
::::::::::::::::তামৰ ঘৰৰ মুখলৈ চাই
:::::::::::::::তামৰ ঘৰ আছে দেও, স্বামী নাইকীয়া
::::::::::::::::কোনে নিলে মণিৰামক পাই।

:::::
১৬
::চম্পাৱতী গাভৰুৰ সেন্দুৰ মচে খালে
:::ঘনে সোঁহাত লৰে,
::কাউৰীয়ে ৰমলিয়ায় ফেঁচাই কুৰুলিয়ায়
:::সপোনত আগদাঁত সৰে।

:::::১৭
::দেশ পাতিবলৈ ওলালি মণিৰাম
:::জঁতৰাই মাৰিলে হাঁচি
::লগৰ সমনীয়াই শতৰু শালিলে
:::ললি যোৰহাটত ফাঁচী।

:::::১৮
::ৰজা পাতিবলৈ ওলালি মণিৰাম
:::জঁতৰাই মাৰিলে হাঁচি,
::ল'ৰাকৈ তিৰুতা এথানিত পেলালি
:::ললি যোৰহাটত ফাঁচী।

:::::১৯
::মণিৰাম গৈছিলে বঙালৰ দেশলৈ
:::ৰংপুৰত মাৰিলে হাঁচি,
::কাণৰ গুণা ছিগি অমঙ্গল মিলিল ঐ
:::দিলে যোৰহাটত ফাঁচী।

:::::২০
::চিৰিপ্ চিৰিপ্ কৰি
::চাহাব গৈ আছিলে
::মণিৰাম গৈছিল নাৱত,
::মণিৰাম দেৱানে টাংগুটি খেড়োতে
::পিছলি পৰিল খালত।

:::::২১
::এপিনে পাৰ হল মৰিকৈ মিছিমি
:::এপিনে পাৰ হ'ল ডোম,
::এপিনে পাৰে হ'ল মণিৰাম দেৱান ঐ
:::পিছলি পৰিলে খালত।

:::::২২
::ভটীয়াই গলেগৈ উজনীৰ মণিৰাম
:::বাটত খাই গ'ল জৰা,
::মণিৰামৰ বাটৰি নেপাওঁ ভালে কৰি
:::যংতৰৰ নুঘুৰে শলা।

:::::২৩
::মণিৰাম দেৱানে 'ভাট' ফকিৰক
:::চিঠি দি পঠিয়াই দিলে,
::দিচৈ নৈৰ পাৰতে পৰ্বতীয়া বৰুৱাই
:::ফকিৰক ধৰোৱাই দিলে।

:::::২৪
::তৰাণিৰ মাজৰে গান্ধী ঐ মণিৰাম
:::তৰাণিৰ মাজৰে গান্ধী,
::যেতিয়াই পালেগৈ হাওলাট চাহাব
:::তেতিয়াই আনিলে বান্ধি।

:::::২৫
::হাবিৰ ডলীয়া বেত মোৰ দেউতা
:::হাবিৰ ডলীয়া বেত,
::মণিৰাম দেৱানক বান্ধি-ছাটি লৈছে
:::গোৰোহাই বৈ যায় তেজ।

:::::২৬
::উজায়ে আহিলে মণিৰাম দেৱান ঐ
:::বাটত কিনি খালে আখৈ,
::খৰকৈ যোৱাগৈ ব'মৰ মাকক কোৱাগৈ
:::মূৰতো নিদিব কাকৈ।

:::::২৭
::ৰূপৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম
:::সোণৰ ধোঁৱাখোৱাত খালি,
::ৰজা হবলৈ ওলালি মণিৰাম
:::ডিঙিত ছিপেজৰী ললি।

:::::২৮
::আজি কি বাৰ গুৰু বৃহপতি
:::কালি কি বাৰ শুকুৰ,
::মণিৰাম দেৱানৰ অমঙ্গল মিলিত ঐ
:::চালতে বগালে কুকুৰ।

:::::২৯
::উজায়ে আহিলে কাকতি-ফৰিঙে
:::বৰতী (ব্ৰডী) চাহাবৰ দিনত,
::মাহে সৰিয়হ চপাই খাই গ'ল
:::পকা ধান নেখালে ঘিণত।

:::::৩০
::উজায়ে আহিলে মণিৰাম দেৱানঐ
:::মাজুলীত চটালে চটি,
::ৰংপুৰ জিলাৰে বৰশী আনিলে 
:::ডিঙিত চিপে জৰী দিলি।

:::::৩১
::ছ অৰা নাও লৈ লালেবন্দী দিবলৈ
:::মণিৰাম ভটিয়াই গ'ল,
::পাচতে থাকিলে পিয়ালী বৰুৱা
:::ছকুৰি পাইকৰ খেল। 

:::::৩২
::যোৰহাটত নুৰুবি আদা মোৰ কুটুম ঐ
:::গোলাঘাটত নুৰুবি আদা,
::সাটোটা গেৰাজৰ চিপাহী 
:::দিলে মণিৰামক খেদা। 

:::::৩৩
::মণিৰামৰ বৰে ঘৰ কুঠলি কুঠলি
:::চুঁচৰি সোমালে গুঁই,
::মণিৰাম গৈছিলে দেশ মাৰিবলৈ
:::বন্দুকে নিদিলে জুই।

:::::৩৪
::টেকেলি পৰিবৰ নাদত হৰি হৰি
:::টেকেলি পৰিবৰ নাদত,
::বাগী দি সাৰিলে চৰাৰ চাৰি ফুকন
:::মণিৰাম পৰিলে ফান্দত।

:::::৩৫
::চান্দো লৰিছে সুৰুযো লৰিছে
:::লৰিল বসুমতী আই,
::বাৰ পাল ৰণুৱাই খেদিব লাগিছে
:::মণিৰামৰ কিনো বিলাই।

:::::৩৬
::চোঁতালৰ আগৰে কাঞ্চন ফুল এপাহি
:::নিতৌ একো পাহি সৰে,
::মণিৰাম দেৱানক চাঙলৈ তুলিলে
:::আগতকৈ জেউতি চৰে।

:::::৩৭
::জিলীয়ে  কৰিবৰ কা মোৰ দেউতা
:::কাউৰীয়ে কৰিবৰ কা,
::তিনি আলি মূৰতে মণিৰামক মাৰিলে
:::উভতি বলিলে বা।

:::::৩৮
::ফেঁচুৱে কৰিলে চিঁউ মোৰ দেউতা
:::ফেঁচুৱে কৰিলে চিঁউ,
::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে
:::আকাশে উৰি গ'ল জিউ।

:::::৩৯
::মণিৰামক মাৰিলে আঁৰ কাপোৰ তৰিলে
:::ওপৰে বগালে চিলা,
::মণিৰামৰ কাম-কাজ কৰিব লাগিলে 
:::পামগৈ শদিয়া জিলা।

:::::৪০
::আগনিশা কান্দিলে ঘুঘূঁৰী কপৌ
:::পাচনিশা কান্দিলে ফেঁচা,
::মণিৰাম দেৱানক যোৰহাটত মাৰিলে
:::::::::::::১৬
:::::::::::::::চম্পাৱতী গাভৰুৰ সেন্দুৰ মচে খালে
::::::::::::::::ঘনে সোঁহাত লৰে,
:::::::::::::::কাউৰীয়ে ৰমলিয়ায় ফেঁচাই কুৰুলিয়ায়
::::::::::::::::সপোনত আগদাঁত সৰে।

::::::::::::::::::১৭
:::::::::::::::দেশ পাতিবলৈ ওলালি মণিৰাম
::::::::::::::::জঁতৰাই মাৰিলে হাঁচি
:::::::::::::::লগৰ সমনীয়াই শতৰু শালিলে
::::::::::::::::ললি যোৰহাটত ফাঁচী।

::::::::::::::::::১৮
:::::::::::::::ৰজা পাতিবলৈ ওলালি মণিৰাম
::::::::::::::::জঁতৰাই মাৰিলে হাঁচি,
:::::::::::::::ল'ৰাকৈ তিৰুতা এথানিত পেলালি
::::::::::::::::ললি যোৰহাটত ফাঁচী।

::::::::::::::::::১৯
:::::::::::::::মণিৰাম গৈছিলে বঙালৰ দেশলৈ
::::::::::::::::ৰংপুৰত মাৰিলে হাঁচি,
:::::::::::::::কাণৰ গুণা ছিগি অমঙ্গল মিলিল ঐ
::::::::::::::::দিলে যোৰহাটত ফাঁচী।

::::::::::::::::::২০
:::::::::::::::চিৰিপ্ চিৰিপ্ কৰি
:::::::::::::::চাহাব গৈ আছিলে
:::::::::::::::মণিৰাম গৈছিল নাৱত,
:::::::::::::::মণিৰাম দেৱানে টাংগুটি খেড়োতে
:::::::::::::::পিছলি পৰিল খালত।

::::::::::::::::::২১
:::::::::::::::এপিনে পাৰ হল মৰিকৈ মিছিমি
::::::::::::::::এপিনে পাৰ হ'ল ডোম,
:::::::::::::::এপিনে পাৰে হ'ল মণিৰাম দেৱান ঐ
::::::::::::::::পিছলি পৰিলে খালত।

::::::::::::::::::২২
:::::::::::::::ভটীয়াই গলেগৈ উজনীৰ মণিৰাম
::::::::::::::::বাটত খাই গ'ল জৰা,
:::::::::::::::মণিৰামৰ বাটৰি নেপাওঁ ভালে কৰি
::::::::::::::::যংতৰৰ নুঘুৰে শলা।

::::::::::::::::::২৩
:::::::::::::::মণিৰাম দেৱানে 'ভাট' ফকিৰক
::::::::::::::::চিঠি দি পঠিয়াই দিলে,
:::::::::::::::দিচৈ নৈৰ পাৰতে পৰ্বতীয়া বৰুৱাই
::::::::::::::::ফকিৰক ধৰোৱাই দিলে।

:::::২৪
::তৰাণিৰ মাজৰে গান্ধী ঐ মণিৰাম
:::তৰাণিৰ মাজৰে গান্ধী,
::যেতিয়াই পালেগৈ হাওলাট চাহাব
:::তেতিয়াই আনিলে বান্ধি।

::::::::::::::::::২৫
:::::::::::::::হাবিৰ ডলীয়া বেত মোৰ দেউতা
::::::::::::::::হাবিৰ ডলীয়া বেত,
:::::::::::::::মণিৰাম দেৱানক বান্ধি-ছাটি লৈছে
::::::::::::::::গোৰোহাই বৈ যায় তেজ।

::::::::::::::::::২৬
:::::::::::::::উজায়ে আহিলে মণিৰাম দেৱান ঐ
::::::::::::::::বাটত কিনি খালে আখৈ,
:::::::::::::::খৰকৈ যোৱাগৈ ব'মৰ মাকক কোৱাগৈ
::::::::::::::::মূৰতো নিদিব কাকৈ।

::::::::::::::::::২৭
:::::::::::::::ৰূপৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম
::::::::::::::::সোণৰ ধোঁৱাখোৱাত খালি,
:::::::::::::::ৰজা হবলৈ ওলালি মণিৰাম
::::::::::::::::ডিঙিত ছিপেজৰী ললি।

::::::::::::::::::২৮
:::::::::::::::আজি কি বাৰ গুৰু বৃহপতি
::::::::::::::::কালি কি বাৰ শুকুৰ,
:::::::::::::::মণিৰাম দেৱানৰ অমঙ্গল মিলিত ঐ
::::::::::::::::চালতে বগালে কুকুৰ।

::::::::::::::::::২৯
:::::::::::::::উজায়ে আহিলে কাকতি-ফৰিঙে
::::::::::::::::বৰতী (ব্ৰডী) চাহাবৰ দিনত,
:::::::::::::::মাহে সৰিয়হ চপাই খাই গ'ল
::::::::::::::::পকা ধান নেখালে ঘিণত।

::::::::::::::::::৩০
:::::::::::::::উজায়ে আহিলে মণিৰাম দেৱানঐ
::::::::::::::::মাজুলীত চটালে চটি,
:::::::::::::::ৰংপুৰ জিলাৰে বৰশী আনিলে 
::::::::::::::::ডিঙিত চিপে জৰী দিলি।

::::::::::::::::::৩১
:::::::::::::::ছ অৰা নাও লৈ লালেবন্দী দিবলৈ
::::::::::::::::মণিৰাম ভটিয়াই গ'ল,
:::::::::::::::পাচতে থাকিলে পিয়ালী বৰুৱা
::::::::::::::::ছকুৰি পাইকৰ খেল। 

:::::৩২
::যোৰহাটত নুৰুবি আদা মোৰ কুটুম ঐ
:::গোলাঘাটত নুৰুবি আদা,
::সাটোটা গেৰাজৰ চিপাহী 
:::দিলে মণিৰামক খেদা। 

::::::::::::::::::৩৩
:::::::::::::::মণিৰামৰ বৰে ঘৰ কুঠলি কুঠলি
::::::::::::::::চুঁচৰি সোমালে গুঁই,
:::::::::::::::মণিৰাম গৈছিলে দেশ মাৰিবলৈ
::::::::::::::::বন্দুকে নিদিলে জুই।

::::::::::::::::::৩৪
:::::::::::::::টেকেলি পৰিবৰ নাদত হৰি হৰি
::::::::::::::::টেকেলি পৰিবৰ নাদত,
:::::::::::::::বাগী দি সাৰিলে চৰাৰ চাৰি ফুকন
::::::::::::::::মণিৰাম পৰিলে ফান্দত।

:::::৩৫
:::::::::::::::চান্দো লৰিছে সুৰুযো লৰিছে
::::::::::::::::লৰিল বসুমতী আই,
:::::::::::::::বাৰ পাল ৰণুৱাই খেদিব লাগিছে
::::::::::::::::মণিৰামৰ কিনো বিলাই।

::::::::::::::::::৩৬
:::::::::::::::চোঁতালৰ আগৰে কাঞ্চন ফুল এপাহি
::::::::::::::::নিতৌ একো পাহি সৰে,
:::::::::::::::মণিৰাম দেৱানক চাঙলৈ তুলিলে
::::::::::::::::আগতকৈ জেউতি চৰে।

::::::::::::::::::৩৭
:::::::::::::::জিলীয়ে  কৰিবৰ কা মোৰ দেউতা
::::::::::::::::কাউৰীয়ে কৰিবৰ কা,
:::::::::::::::তিনি আলি মূৰতে মণিৰামক মাৰিলে
::::::::::::::::উভতি বলিলে বা।

::::::::::::::::::৩৮
:::::::::::::::ফেঁচুৱে কৰিলে চিঁউ মোৰ দেউতা
::::::::::::::::ফেঁচুৱে কৰিলে চিঁউ,
:::::::::::::::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে
::::::::::::::::আকাশে উৰি গ'ল জিউ।

::::::::::::::::::৩৯
:::::::::::::::মণিৰামক মাৰিলে আঁৰ কাপোৰ তৰিলে
::::::::::::::::ওপৰে বগালে চিলা,
:::::::::::::::মণিৰামৰ কাম-কাজ কৰিব লাগিলে 
::::::::::::::::পামগৈ শদিয়া জিলা।

::::::::::::::::::৪০
:::::::::::::::আগনিশা কান্দিলে ঘুঘূঁৰী কপৌ
::::::::::::::::পাচনিশা কান্দিলে ফেঁচা,
:::::::::::::::মণিৰাম দেৱানক যোৰহাটত মাৰিলে
::::::::::::::::চেঁচা হ'ল ৰংপুৰ জিলা।

:::::৪১
::মণিৰামক মাৰিলি ভালকে কৰিলি
:::পিয়ালিক মাৰিলি কিয়,
::সেইনো কথা শুনি ৰংপুৰৰ আমোলাৰ 
:::আকাশে উৰি গ'ল জীৱ।

(contracted; show full)
:::::৫৯
::আঠিয়া কলৰে আখা মণিৰাম
:::আঠিয়া কলৰে আখা,
::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে
:::আমঠু পৰি গ'ল ক'লা।

[[Category:মালিতা]]