Difference between revisions 8492 and 86198 on aswikisource

{{header
  | title           = প্ৰিয়তমাৰ চিঠি
  | author         = হেমচন্দ্ৰ গোস্বামী
  | translator = 
  
 

| section    = 
 =
| previous   = 
 | next       = 
 =
| next =
| year             = ১৮৭২-১৯২৮
  | portal     = 
 =
| wikipedia  =  
 =
| commons    = 
 =
| commonscat = 
  
 

| wikiquote  = 
 =
| wikinews   = 
 =
| wiktionary = 
  
 

| wikibooks  = 
 =
| wikiversity= 
  
 

| wikispecies=
  | meta       = 
 | notes      =  
}}



=
| notes =
}}
{{Block center|<poem>সৌন্দৰ্য্যৰ বুকুত কাঁচলি উদঙ্গাই


প্ৰকৃতিৰ চোঁ-ঘৰ চালোঁ পিত্ পিত্;


কুকুৰঠেঙ্গীয়া এই আখৰকিটিত


যি অমিয়া ঘহাঁ আছে, ক'তো আৰু নাই

কবি-নিকুঞ্জত ফুলি কত কবিতাই


মলয়াত উটি উটি ফুৰে পৃথিৱীত,


তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,


কবিতাৰ কাব্যে তাৰ গোন্ধকে নাপায়

ফুল ফুলে, সৰি যায়, শুকান বননি,


বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে;


তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী,


নিতৌ নোহোৱা বাহী, ন ন ফুল মেলে  

যত শুঙো, চুমা খাওঁ, নালাগে আমনি,


হৃদয়ত হেপাহৰ ভোটাতৰা জ্বলে  </poem>}}

[[শ্ৰেণী:কবিতা]]
[[শ্ৰেণী:হেমচন্দ্ৰ গোস্বামীৰ সাহিত্যকৰ্ম]]