Difference between revisions 334469 and 334470 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} '''২ অধ্যায়''' <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত । সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১ চৰাচৰ জগতৰ কুশল কাৰণে । (contracted; show full) অঙ্গীকাৰ সাফল কৰিবা ৰঘুবৰ । বোলা ৰাম ৰাম সভাসদ নিৰন্তৰ ॥১৭০ ------------------------------ '''৩ অধ্যায়''' <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> '''দুলৰি''' নাৰদ বদত, পাচে ৰঘুপতি, পুৰুষ মহা মহন্ত । লগাই অপমান, সভা বিদ্যমান, জানকীক ত্যজিবন্ত ॥১ জগত জননী, জনকনন্দিনী, ৰামত হুয়া নৈৰাশ । অগনি সঞ্জালি, ঘৃতচয় ঢালি, তাতে কৰিলন্ত ঝাস ॥২ নদহিব গাৱ, হুয়া শুদ্ধভাৱ, ৰবিবন্ত জগমাৱ । দেৱগণসমে, ৰাজা দশৰথ, আসিবা ৰামৰ থাৱ ॥৩ তিনি পিতা পুত্ৰে, এক থান হুই, গলে বান্ধি কান্দিবন্ত । পাছে দশৰথে, ৰামক প্ৰশংসি, কৈকেয়ীক নিন্দিবন্ত ॥৪ অনন্তৰে ব্ৰহ্মা, দেৱে ৰাঘৱক, স্ত্তুতি কৰিবন্ত গৈয়া । মৰা বানৰক, ৰামে জীয়াইবন্ত, বাসৱত বৰ লৈয়া ॥৫ পিতৃৰ বচনে, সম্বৰিবা ৰামে, সীতাক পৰম তুষ্টি । দেৱগণ সমে, ৰাজা দশৰথ, যাইবন্ত স্বৰ্গক উঠি ॥ ৬ বানৰ ভালুক, ৰাক্ষস সহিতি, পুষ্পক বিমানে চড়ি । লক্ষ্মণ জানকী, সমন্বিতে ৰাম, অযোধ্যাক যাইব লৰি ॥৭ পাচে ৰামে ভৰ- দ্বাজৰ আশ্ৰমে, ৰহিয়া লৈবন্ত বৰ । সমস্তে বৃক্ষত, হৈব মধুফল, ভুঞ্জিব তাক বানৰ ॥৮ ভৰত লক্ষ্মণ, ৰাম শত্ৰুঘন, চাৰি হুয়া এক থান । কৰি জটা ছেদ, এৰিবন্ত খেদ, চাৰিও বীৰ প্ৰধান ॥৯ তাত অনন্তৰ, অযোধ্যা নগৰে, হৈবন্ত ৰাজা ৰাঘৱ । তুলি ছত্ৰ দণ্ড, বায়া বাদ্যভণ্ড, কৰিব লোকে উত্সৱ ॥১০ ৰামৰ উপৰ, দেৱ নিৰন্তৰে, পুষ্প বৰিষিব চানি । পৰম হৰিষ, প্ৰজায়ো কৰিব, জয় জয় ৰাম ধ্বনি ॥১১ বানৰ ভালুক, ৰাক্ষস সকল, প্ৰসাদ পায়া ৰামৰ । পৰম হৰিষ, ৰামক প্ৰণামি, চলি যাইব নিজঘৰ ॥১২ অযোধ্যাক পাচ, অগস্ত্য আসিব, কৰিবা ৰামে সন্মান । ৰাৱণৰ জন্ম, কহিবা অগস্ত্য, ৰাঘৱৰ বিদ্যমান ॥১৩ যেন মতে ৰণ, পৰম দুৰ্জ্জনে, জিনিবন্ত ত্ৰিভূবন । কুবেৰক জিন, পুষ্পক বিমান, আনিলা ৰাজা ৰাৱণ ॥১৪ হৰি বেদৱত, ৰাৱণ দুৰ্ম্মতি, পাইবেক শাপ দুৰ্যশ । অকাৰণে বধি, সবাকো জিনিব, দুৰ্জ্জন সিতো ৰাক্ষস ॥১৫ ইকথা শুনিয়া, মিলিবে কৌতুক, হাসিবে ৰামে আনন্দে । সহস্ৰ অৰ্জ্জুন, বালিত সমৰ, হাৰিবা ৰাৱণ মন্দে ॥১৬ ব্ৰহ্মাৰ বৰত, যমক জিনিবে, পাতালে জিনিব নাগ । বৰুণ কটক, জিনিব ৰাৱণ, বিষ্ণুক পাইবেক লাগ ॥১৭ মান্ধাতা সহিতে, কৰিব সমৰ, চন্দ্ৰক জিনিব ৰণে । কপিলৰ ঠাই, হাৰি অপমান, পাইবেক গৈয়া ৰাৱণে ॥১৮ ৰম্ভাক হৰিব, নল কুবেৰত, শাপ পাইব নিশাচৰ । দেৱগণ সমে, ইন্দ্ৰক সমৰে, জিনিবেক লঙ্কেশ্বৰ ॥১৯ এহি মতে ৰাম-, চন্দ্ৰৰ আগত, কহি কথা ৰাৱণৰ । ৰামত বিদায়, কৰি মুনিগণ, চলি যাইবা নিজ ঘৰ ॥২০ ------------------------ '''৪ অধ্যায়''' <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> '''ছবি''' অযোধ্যাত ৰাম দেৱে, ৰাজ্য ভোগ কৰিবেক সুখে দশ হাজাৰ বত্সৰ । সীতাৰ দুৰ্ব্বাদ কথা, লোকৰ মুথত শুনি, চিন্তা বৰ মিলিব ৰামৰ ॥১ তোমাৰ আশ্ৰমে নিয়া, সীতাক নিৰ্ব্বাস দিব পাঞ্চমহীয়া গৰ্ভ সমে । ঝিউবোধে প্ৰতিপাল, কৰিবা সীতাক তুমি থাকিবন্ত তোমাৰ আশ্ৰমে ॥২ উপজিব জানকীৰ, যৱঞ্জা কুমাৰ দুই, হৈব দুইৰ লৱ কুশ নাম । পৰম হৰিষ মনে, বিৰচিবা তুমি এহি, ৰামায়ণ কথা অনুপাম ॥৩ সীতাৰ কুমাৰ দুইক, পঢ়ায়া শিখাইবা এহি ৰামৰ চৰিত্ৰ কথা সাৰ । তোমাৰ আজ্ঞাক পালি, লৱ কুশি দুইভাই, কৰিবন্ত লোকত প্ৰচাৰ ॥৪ অনন্তৰে ৰাঘৱৰ, আজ্ঞাক শিৰত ধৰি, শত্ৰুঘণে বধিবা লৱণ । মথুৰাত পাতি পাট, ৰাজ্যপ্ৰতিপালি পাচে দেখিবন্ত ৰামৰ চৰণ ॥৫ ৰামক দেখিয়া স্বৰ্গ, কুকুৰ সাৰণ যাইব, পুত্ৰ কাটি জীয়াইব ব্ৰাহ্মণ । গৃধিনী পেচাৰ ন্যায়, ৰামচন্দ্ৰে বুজিবন্ত, কি কহিবা ৰাঘৱৰ গুণ ॥৬ দেৱগণ সমে ৰাম, অগস্ত্যৰ ঘৰে যাইব, কৰিবন্ত আলাপ বিস্তৰ । অগস্ত্যয়ো ৰাঘৱৰ, দিব্য আভৰণ দিব, পাচে ৰাম আসিবন্ত ঘৰ ॥৭ অশ্বমেধ কৰিবাক, ৰামৰ হৈবেক মন, অনাইবা বহু ঋষি জাক । সীতাৰ কুমাৰ দুইক, লগে লৈয়া ৰঙ্গমনে, যাইব যজ্ঞভূমি দেখিবাক ॥৮ ৰামৰ আগত লৈয়া, পৰম হৰিষে গীত, গাইবা দুয়ো সীতাৰ তনয় । সীতাৰ নিকাৰচয়, গাৱন্তে বিদিত হুইবা, পিতা পুত্ৰে হৈবা পৰিচয় ॥ ৯ জানকীক আনিবাক, তোমাক বুলিব ৰামে, দিবা নিয়া তুমিও ৰামত । পায়া দেবী অপমান, সবে সভা বিদ্যমান, পশিবৱ্ত গৈয়া পাতালত ॥১০ সীতাক নেদেখি ৰামে, হৈবন্ত বিকল চিত্ত, পৃথিবীক কৰিবা কাতৰ । নাপাই সমিধান ৰামে, ক্ৰোধে পৃথিবীক প্ৰতি হাতে তুলি লৈবা ধনুশৰ ॥১১ দেখিয়া হংসত নামি, ৰামক বুজাইবা ব্ৰহ্মা শুনি ক্ৰোধ গুচিব ৰামৰ । পাচে পুত্ৰৱতে ৰামে, ৰাজ্য প্ৰতিপালিবন্ত একাদশ সহস্ৰ বত্সৰ ॥১২ সজ্জনক প্ৰতিপালি, দুৰ্জ্জনক বধিবন্ত, কৰিবন্ত ৰাজ্য অকণ্টক । চাৰি ভাইৰ আঠ পুত্ৰ, আঠ দিনে ৰাজা পাতি সমুচিতে দিবন্ত বণ্টক ॥১৩ ব্ৰহ্মাৰ আদেশ পায়া কালে আসি দিবা দেখা সত্য কৰাই চলিবা ৰামক । সত্য প্ৰতিপালি ৰামে, লক্ষ্মণক তেজিবন্ত দেখাই অতি অতৰ্ক লোকক ॥১৪ আগবাঢ়ি বাক প্ৰতি, ব্ৰহ্মদেৱ সমন্বিতি আসিবন্ত দেৱতা পৰ্য্যন্ত । তাত অনন্তৰে ৰামে, স্বৰ্গক চলিবা ৰঙ্গে স্বৰ্গ লৈয়া পিম্পৰা পৰ্য্যন্ত ॥১৫ তিনি ভাই প্ৰবেশিবা ৰামৰ শৰিৰে গৈয়া, প্ৰবেশিবা বিষ্ণুত ৰাঘৱে । ৰাক্ষস বানৰ নৰ, পশু পক্ষী তৃণ বন, সমন্বিতে চলিবা উত্সৱে ॥১৬ শ্ৰীৰামৰ প্ৰসাদত, জীৱন্ত শৰীৰে গৈয়া, সন্তলোক স্বৰ্গে হৈবা থিতি । কৃতকৃত্য হুয়া সুখে, অমৃত কৰিবা পান, ৰামগুণ গাইবা প্ৰতিনিতি ॥১৭ এহি মতে ৰামায়ণ, কৰা তুমি তপোধন, সুমৰিয়া ব্ৰহ্মাক মনত । ৰামৰ চৰিত্ৰচয়, পৰম অমৃতময়, শুনি সুখে তৰোক জগত ॥১৮ নমো নমো ৰঘুকুল- কমলপ্ৰকাশ সূৰ্য্য, শ্ৰীৰাম চন্দ্ৰ সীতাপতি । হুয়োক প্ৰসন্ন যেন, মোৰ মন মধুকৰে, তযু পাদপদ্মে কৰে ৰতি ॥১৯ তযু নিজ দাসে মোৰ, পৰম সুহৃদ হৌক, লৌক মুখ তযু গুণ নাম । ন ছাৰিবা প্ৰভু মোক, যত সমাজিক লোক⏎ ⏎ '''৩ অধ্যায়''' <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> '''দুলৰি''' নাৰদ বদত, পাচে ৰঘুপতি, পুৰুষ মহা মহন্ত । লগাই অপমান, সভা বিদ্যমান, জানকীক ত্যজিবন্ত ॥১ জগত জননী, জনকনন্দিনী, ৰামত হুয়া নৈৰাশ । অগনি সঞ্জালি, ঘৃতচয় ঢালি, তাতে কৰিলন্ত ঝাস ॥২ নদহিব গাৱ, হুয়া শুদ্ধভাৱ, ৰবিবন্ত জগমাৱ । দেৱগণসমে, ৰাজা দশৰথ, আসিবা ৰামৰ থাৱ ॥৩ তিনি পিতা পুত্ৰে, এক থান হুই, গলে বান্ধি কান্দিবন্ত । পাছে দশৰথে, ৰামক প্ৰশংসি, কৈকেয়ীক নিন্দিবন্ত ॥৪ অনন্তৰে ব্ৰহ্মা, দেৱে ৰাঘৱক, স্ত্তুতি কৰিবন্ত গৈয়া । মৰা বানৰক, ৰামে জীয়াইবন্ত, বাসৱত বৰ লৈয়া ॥৫ পিতৃৰ বচনে, সম্বৰিবা ৰামে, সীতাক পৰম তুষ্টি । দেৱগণ সমে, ৰাজা দশৰথ, যাইবন্ত স্বৰ্গক উঠি ॥ ৬ বানৰ ভালুক, ৰাক্ষস সহিতি, পুষ্পক বিমানে চড়ি । লক্ষ্মণ জানকী, সমন্বিতে ৰাম, অযোধ্যাক যাইব লৰি ॥৭ পাচে ৰামে ভৰ- দ্বাজৰ আশ্ৰমে, ৰহিয়া লৈবন্ত বৰ । সমস্তে বৃক্ষত, হৈব মধুফল, ভুঞ্জিব তাক বানৰ ॥৮ ভৰত লক্ষ্মণ, ৰাম শত্ৰুঘন, চাৰি হুয়া এক থান । কৰি জটা ছেদ, এৰিবন্ত খেদ, চাৰিও বীৰ প্ৰধান ॥৯ তাত অনন্তৰ, অযোধ্যা নগৰে, হৈবন্ত ৰাজা ৰাঘৱ । তুলি ছত্ৰ দণ্ড, বায়া বাদ্যভণ্ড, কৰিব লোকে উত্সৱ ॥১০ ৰামৰ উপৰ, দেৱ নিৰন্তৰে, পুষ্প বৰিষিব চানি । পৰম হৰিষ, প্ৰজায়ো কৰিব, জয় জয় ৰাম ধ্বনি ॥১১ বানৰ ভালুক, ৰাক্ষস সকল, প্ৰসাদ পায়া ৰামৰ । পৰম হৰিষ, ৰামক প্ৰণামি, চলি যাইব নিজঘৰ ॥১২ অযোধ্যাক পাচ, অগস্ত্য আসিব, কৰিবা ৰামে সন্মান । ৰাৱণৰ জন্ম, কহিবা অগস্ত্য, ৰাঘৱৰ বিদ্যমান ॥১৩ যেন মতে ৰণ, পৰম দুৰ্জ্জনে, জিনিবন্ত ত্ৰিভূবন । কুবেৰক জিন, পুষ্পক বিমান, আনিলা ৰাজা ৰাৱণ ॥১৪ হৰি বেদৱত, ৰাৱণ দুৰ্ম্মতি, পাইবেক শাপ দুৰ্যশ । অকাৰণে বধি, সবাকো জিনিব, দুৰ্জ্জন সিতো ৰাক্ষস ॥১৫ ইকথা শুনিয়া, মিলিবে কৌতুক, হাসিবে ৰামে আনন্দে । সহস্ৰ অৰ্জ্জুন, বালিত সমৰ, হাৰিবা ৰাৱণ মন্দে ॥১৬ ব্ৰহ্মাৰ বৰত, যমক জিনিবে, পাতালে জিনিব নাগ । বৰুণ কটক, জিনিব ৰাৱণ, বিষ্ণুক পাইবেক লাগ ॥১৭ মান্ধাতা সহিতে, কৰিব সমৰ, চন্দ্ৰক জিনিব ৰণে । কপিলৰ ঠাই, হাৰি অপমান, পাইবেক গৈয়া ৰাৱণে ॥১৮ ৰম্ভাক হৰিব, নল কুবেৰত, শাপ পাইব নিশাচৰ । দেৱগণ সমে, ইন্দ্ৰক সমৰে, জিনিবেক লঙ্কেশ্বৰ ॥১৯ এহি মতে ৰাম-, চন্দ্ৰৰ আগত, কহি কথা ৰাৱণৰ । ৰামত বিদায়, কৰি মুনিগণ, চলি যাইবা নিজ ঘৰ ॥২০ ------------------------ '''৪ অধ্যায়''' <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> '''ছবি''' অযোধ্যাত ৰাম দেৱে, ৰাজ্য ভোগ কৰিবেক সুখে দশ হাজাৰ বত্সৰ । সীতাৰ দুৰ্ব্বাদ কথা, লোকৰ মুথত শুনি, চিন্তা বৰ মিলিব ৰামৰ ॥১ তোমাৰ আশ্ৰমে নিয়া, সীতাক নিৰ্ব্বাস দিব পাঞ্চমহীয়া গৰ্ভ সমে । ঝিউবোধে প্ৰতিপাল, কৰিবা সীতাক তুমি থাকিবন্ত তোমাৰ আশ্ৰমে ॥২ উপজিব জানকীৰ, যৱঞ্জা কুমাৰ দুই, হৈব দুইৰ লৱ কুশ নাম । পৰম হৰিষ মনে, বিৰচিবা তুমি এহি, ৰামায়ণ কথা অনুপাম ॥৩ সীতাৰ কুমাৰ দুইক, পঢ়ায়া শিখাইবা এহি ৰামৰ চৰিত্ৰ কথা সাৰ । তোমাৰ আজ্ঞাক পালি, লৱ কুশি দুইভাই, কৰিবন্ত লোকত প্ৰচাৰ ॥৪ অনন্তৰে ৰাঘৱৰ, আজ্ঞাক শিৰত ধৰি, শত্ৰুঘণে বধিবা লৱণ । মথুৰাত পাতি পাট, ৰাজ্যপ্ৰতিপালি পাচে দেখিবন্ত ৰামৰ চৰণ ॥৫ ৰামক দেখিয়া স্বৰ্গ, কুকুৰ সাৰণ যাইব, পুত্ৰ কাটি জীয়াইব ব্ৰাহ্মণ । গৃধিনী পেচাৰ ন্যায়, ৰামচন্দ্ৰে বুজিবন্ত, কি কহিবা ৰাঘৱৰ গুণ ॥৬ দেৱগণ সমে ৰাম, অগস্ত্যৰ ঘৰে যাইব, কৰিবন্ত আলাপ বিস্তৰ । অগস্ত্যয়ো ৰাঘৱৰ, দিব্য আভৰণ দিব, পাচে ৰাম আসিবন্ত ঘৰ ॥৭ অশ্বমেধ কৰিবাক, ৰামৰ হৈবেক মন, অনাইবা বহু ঋষি জাক । সীতাৰ কুমাৰ দুইক, লগে লৈয়া ৰঙ্গমনে, যাইব যজ্ঞভূমি দেখিবাক ॥৮ ৰামৰ আগত লৈয়া, পৰম হৰিষে গীত, গাইবা দুয়ো সীতাৰ তনয় । সীতাৰ নিকাৰচয়, গাৱন্তে বিদিত হুইবা, পিতা পুত্ৰে হৈবা পৰিচয় ॥ ৯ জানকীক আনিবাক, তোমাক বুলিব ৰামে, দিবা নিয়া তুমিও ৰামত । পায়া দেবী অপমান, সবে সভা বিদ্যমান, পশিবৱ্ত গৈয়া পাতালত ॥১০ সীতাক নেদেখি ৰামে, হৈবন্ত বিকল চিত্ত, পৃথিবীক কৰিবা কাতৰ । নাপাই সমিধান ৰামে, ক্ৰোধে পৃথিবীক প্ৰতি হাতে তুলি লৈবা ধনুশৰ ॥১১ দেখিয়া হংসত নামি, ৰামক বুজাইবা ব্ৰহ্মা শুনি ক্ৰোধ গুচিব ৰামৰ । পাচে পুত্ৰৱতে ৰামে, ৰাজ্য প্ৰতিপালিবন্ত একাদশ সহস্ৰ বত্সৰ ॥১২ সজ্জনক প্ৰতিপালি, দুৰ্জ্জনক বধিবন্ত, কৰিবন্ত ৰাজ্য অকণ্টক । চাৰি ভাইৰ আঠ পুত্ৰ, আঠ দিনে ৰাজা পাতি সমুচিতে দিবন্ত বণ্টক ॥১৩ ব্ৰহ্মাৰ আদেশ পায়া কালে আসি দিবা দেখা সত্য কৰাই চলিবা ৰামক । সত্য প্ৰতিপালি ৰামে, লক্ষ্মণক তেজিবন্ত দেখাই অতি অতৰ্ক লোকক ॥১৪ আগবাঢ়ি বাক প্ৰতি, ব্ৰহ্মদেৱ সমন্বিতি আসিবন্ত দেৱতা পৰ্য্যন্ত । তাত অনন্তৰে ৰামে, স্বৰ্গক চলিবা ৰঙ্গে স্বৰ্গ লৈয়া পিম্পৰা পৰ্য্যন্ত ॥১৫ তিনি ভাই প্ৰবেশিবা ৰামৰ শৰিৰে গৈয়া, প্ৰবেশিবা বিষ্ণুত ৰাঘৱে । ৰাক্ষস বানৰ নৰ, পশু পক্ষী তৃণ বন, সমন্বিতে চলিবা উত্সৱে ॥১৬ শ্ৰীৰামৰ প্ৰসাদত, জীৱন্ত শৰীৰে গৈয়া, সন্তলোক স্বৰ্গে হৈবা থিতি । কৃতকৃত্য হুয়া সুখে, অমৃত কৰিবা পান, ৰামগুণ গাইবা প্ৰতিনিতি ॥১৭ এহি মতে ৰামায়ণ, কৰা তুমি তপোধন, সুমৰিয়া ব্ৰহ্মাক মনত । ৰামৰ চৰিত্ৰচয়, পৰম অমৃতময়, শুনি সুখে তৰোক জগত ॥১৮ নমো নমো ৰঘুকুল- কমলপ্ৰকাশ সূৰ্য্য, শ্ৰীৰাম চন্দ্ৰ সীতাপতি । হুয়োক প্ৰসন্ন যেন, মোৰ মন মধুকৰে, তযু পাদপদ্মে কৰে ৰতি ॥১৯ তযু নিজ দাসে মোৰ, পৰম সুহৃদ হৌক, লৌক মুখ তযু গুণ নাম । ন ছাৰিবা প্ৰভু মোক, যত সমাজিক লোক নিৰন্তৰে বোলা ৰাম ৰাম ॥২০ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334470.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|