Difference between revisions 334466 and 334469 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} '''২ অধ্যায়''' ::⏎ ⏎ <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> ⏎ ⏎ অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত । সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১ চৰাচৰ জগতৰ কুশল কাৰণে । ৰামৰূপে অৱতাৰ হৈবা নাৰায়ণে ॥২ (contracted; show full) অঙ্গীকাৰ সাফল কৰিবা ৰঘুবৰ । বোলা ৰাম ৰাম সভাসদ নিৰন্তৰ ॥১৭০ ------------------------------ :: '''৩ অধ্যায়''' :: :: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> :: '''দুলৰি''' নাৰদ বদত, পাচে ৰঘুপতি, :: পুৰুষ মহা মহন্ত । লগাই অপমান, সভা বিদ্যমান, :: জানকীক ত্যজিবন্ত ॥১ জগত জননী, জনকনন্দিনী, :: ৰামত হুয়া নৈৰাশ । অগনি সঞ্জালি,:::: ঘৃতচয় ঢালি, :: তাতে কৰিলন্ত ঝাস ॥২ নদহিব গাৱ, হুয়া শুদ্ধভাৱ, :: ৰবিবন্ত জগমাৱ । দেৱগণসমে, ৰাজা দশৰথ, :: আসিবা ৰামৰ থাৱ ॥৩ তিনি পিতা পুত্ৰে, এক থান হুই, :: গলে বান্ধি কান্দিবন্ত । পাছে দশৰথে, ৰামক প্ৰশংসি, :: কৈকেয়ীক নিন্দিবন্ত ॥৪ অনন্তৰে ব্ৰহ্মা, দেৱে ৰাঘৱক, :: স্ত্তুতি কৰিবন্ত গৈয়া । মৰা বানৰক,:::: ৰামে জীয়াইবন্ত, :: বাসৱত বৰ লৈয়া ॥৫ পিতৃৰ বচনে, সম্বৰিবা ৰামে, :: সীতাক পৰম তুষ্টি । দেৱগণ সমে, ৰাজা দশৰথ, :: যাইবন্ত স্বৰ্গক উঠি ॥ ৬ বানৰ ভালুক, ৰাক্ষস সহিতি, :: পুষ্পক বিমানে চড়ি । লক্ষ্মণ জানকী, সমন্বিতে ৰাম, :: অযোধ্যাক যাইব লৰি ॥৭ পাচে ৰামে ভৰ- দ্বাজৰ আশ্ৰমে, :: ৰহিয়া লৈবন্ত বৰ । সমস্তে বৃক্ষত, হৈব মধুফল, :: ভুঞ্জিব তাক বানৰ ॥৮ ভৰত লক্ষ্মণ, ৰাম শত্ৰুঘন, :: চাৰি হুয়া এক থান । কৰি জটা ছেদ, এৰিবন্ত খেদ, ::চাৰিও বীৰ প্ৰধান ॥৯ তাত অনন্তৰ,::::অযোধ্যা নগৰে, ::::হৈবন্ত ৰাজা ৰাঘৱ । তুলি ছত্ৰ দণ্ড,::::বায়া বাদ্যভণ্ড, ::::কৰিব লোকে উত্সৱ ॥১০ ৰামৰ উপৰ,::::দেৱ নিৰন্তৰে, ::::পুষ্প বৰিষিব চানি । পৰম হৰিষ,::::প্ৰজায়ো কৰিব, ::::জয় জয় ৰাম ধ্বনি ॥১১ বানৰ ভালুক,::::ৰাক্ষস সকল, ::::প্ৰসাদ পায়া ৰামৰ । পৰম হৰিষ,::::ৰামক প্ৰণামি, ::::চলি যাইব নিজঘৰ ॥১২ অযোধ্যাক পাচ,::::অগস্ত্য আসিব, ::::কৰিবা ৰামে সন্মান । ৰাৱণৰ জন্ম,::::কহিবা অগস্ত্য, ::::ৰাঘৱৰ বিদ্যমান ॥১৩ যেন মতে ৰণ,::::পৰম দুৰ্জ্জনে, ::::জিনিবন্ত ত্ৰিভূবন । কুবেৰক জিন,::::পুষ্পক বিমান, ::::আনিলা ৰাজা ৰাৱণ ॥১৪ হৰি বেদৱত,::::ৰাৱণ দুৰ্ম্মতি, ::::পাইবেক শাপ দুৰ্যশ । অকাৰণে বধি,::::সবাকো জিনিব, ::::দুৰ্জ্জন সিতো ৰাক্ষস ॥১৫ ইকথা শুনিয়া,::::মিলিবে কৌতুক, ::::হাসিবে ৰামে আনন্দে । সহস্ৰ অৰ্জ্জুন,::::বালিত সমৰ, ::::হাৰিবা ৰাৱণ মন্দে ॥১৬ ব্ৰহ্মাৰ বৰত,::::যমক জিনিবে, ::::পাতালে জিনিব নাগ । বৰুণ কটক,::::জিনিব ৰাৱণ, ::::বিষ্ণুক পাইবেক লাগ ॥১৭ মান্ধাতা সহিতে,::::কৰিব সমৰ, ::::চন্দ্ৰক জিনিব ৰণে । কপিলৰ ঠাই, :::: হাৰি অপমান, ::::পাইবেক গৈয়া ৰাৱণে ॥১৮ ৰম্ভাক হৰিব,::::নল কুবেৰত, ::::শাপ পাইব নিশাচৰ । দেৱগণ সমে,::::ইন্দ্ৰক সমৰে, ::::জিনিবেক লঙ্কেশ্বৰ ॥১৯ এহি মতে ৰাম-,::::চন্দ্ৰৰ আগত, ::::কহি কথা ৰাৱণৰ । ৰামত বিদায়,::::কৰি মুনিগণ, ::::চলি যাইবা নিজ ঘৰ ॥২০ ------------------------ :: '''৪ অধ্যায়''' :: ::<big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> ::'''ছবি''' অযোধ্যাত ৰাম দেৱে, ::::ৰাজ্য ভোগ কৰিবেক ::::সুখে দশ হাজাৰ বত্সৰ । সীতাৰ দুৰ্ব্বাদ কথা, ::::লোকৰ মুথত শুনি, ::::চিন্তা বৰ মিলিব ৰামৰ ॥১ তোমাৰ আশ্ৰমে নিয়া, ::::সীতাক নিৰ্ব্বাস দিব ::::পাঞ্চমহীয়া গৰ্ভ সমে । ঝিউবোধে প্ৰতিপাল, ::::কৰিবা সীতাক তুমি ::::থাকিবন্ত তোমাৰ আশ্ৰমে ॥২ উপজিব জানকীৰ, ::::যৱঞ্জা কুমাৰ দুই, ::::হৈব দুইৰ লৱ কুশ নাম । পৰম হৰিষ মনে, ::::বিৰচিবা তুমি এহি, ::::ৰামায়ণ কথা অনুপাম ॥৩ সীতাৰ কুমাৰ দুইক, ::::পঢ়ায়া শিখাইবা এহি ::::ৰামৰ চৰিত্ৰ কথা সাৰ । তোমাৰ আজ্ঞাক পালি, ::::লৱ কুশি দুইভাই, ::::কৰিবন্ত লোকত প্ৰচাৰ ॥৪ অনন্তৰে ৰাঘৱৰ, ::::আজ্ঞাক শিৰত ধৰি, ::::শত্ৰুঘণে বধিবা লৱণ । মথুৰাত পাতি পাট, ::::ৰাজ্যপ্ৰতিপালি পাচে ::::দেখিবন্ত ৰামৰ চৰণ ॥৫ ৰামক দেখিয়া স্বৰ্গ, ::::কুকুৰ সাৰণ যাইব, ::::পুত্ৰ কাটি জীয়াইব ব্ৰাহ্মণ । গৃধিনী পেচাৰ ন্যায়, ::::ৰামচন্দ্ৰে বুজিবন্ত, ::::কি কহিবা ৰাঘৱৰ গুণ ॥৬ দেৱগণ সমে ৰাম, ::::অগস্ত্যৰ ঘৰে যাইব, ::::কৰিবন্ত আলাপ বিস্তৰ । অগস্ত্যয়ো ৰাঘৱৰ,:::: দিব্য আভৰণ দিব, ::::পাচে ৰাম আসিবন্ত ঘৰ ॥৭ অশ্বমেধ কৰিবাক, :::: ৰামৰ হৈবেক মন, ::::অনাইবা বহু ঋষি জাক । সীতাৰ কুমাৰ দুইক, ::::লগে লৈয়া ৰঙ্গমনে, :::: চাৰিও বীৰ প্ৰধান ॥৯ তাত অনন্তৰ, অযোধ্যা নগৰে, হৈবন্ত ৰাজা ৰাঘৱ । তুলি ছত্ৰ দণ্ড, বায়া বাদ্যভণ্ড, কৰিব লোকে উত্সৱ ॥১০ ৰামৰ উপৰ, দেৱ নিৰন্তৰে, পুষ্প বৰিষিব চানি । পৰম হৰিষ, প্ৰজায়ো কৰিব, জয় জয় ৰাম ধ্বনি ॥১১ বানৰ ভালুক, ৰাক্ষস সকল, প্ৰসাদ পায়া ৰামৰ । পৰম হৰিষ, ৰামক প্ৰণামি, চলি যাইব নিজঘৰ ॥১২ অযোধ্যাক পাচ, অগস্ত্য আসিব, কৰিবা ৰামে সন্মান । ৰাৱণৰ জন্ম, কহিবা অগস্ত্য, ৰাঘৱৰ বিদ্যমান ॥১৩ যেন মতে ৰণ, পৰম দুৰ্জ্জনে, জিনিবন্ত ত্ৰিভূবন । কুবেৰক জিন, পুষ্পক বিমান, আনিলা ৰাজা ৰাৱণ ॥১৪ হৰি বেদৱত, ৰাৱণ দুৰ্ম্মতি, পাইবেক শাপ দুৰ্যশ । অকাৰণে বধি, সবাকো জিনিব, দুৰ্জ্জন সিতো ৰাক্ষস ॥১৫ ইকথা শুনিয়া, মিলিবে কৌতুক, হাসিবে ৰামে আনন্দে । সহস্ৰ অৰ্জ্জুন, বালিত সমৰ, হাৰিবা ৰাৱণ মন্দে ॥১৬ ব্ৰহ্মাৰ বৰত, যমক জিনিবে, পাতালে জিনিব নাগ । বৰুণ কটক, জিনিব ৰাৱণ, বিষ্ণুক পাইবেক লাগ ॥১৭ মান্ধাতা সহিতে, কৰিব সমৰ, চন্দ্ৰক জিনিব ৰণে । কপিলৰ ঠাই, হাৰি অপমান, পাইবেক গৈয়া ৰাৱণে ॥১৮ ৰম্ভাক হৰিব, নল কুবেৰত, শাপ পাইব নিশাচৰ । দেৱগণ সমে, ইন্দ্ৰক সমৰে, জিনিবেক লঙ্কেশ্বৰ ॥১৯ এহি মতে ৰাম-, চন্দ্ৰৰ আগত, কহি কথা ৰাৱণৰ । ৰামত বিদায়, কৰি মুনিগণ, চলি যাইবা নিজ ঘৰ ॥২০ ------------------------ '''৪ অধ্যায়''' <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big> '''ছবি''' অযোধ্যাত ৰাম দেৱে, ৰাজ্য ভোগ কৰিবেক সুখে দশ হাজাৰ বত্সৰ । সীতাৰ দুৰ্ব্বাদ কথা, লোকৰ মুথত শুনি, চিন্তা বৰ মিলিব ৰামৰ ॥১ তোমাৰ আশ্ৰমে নিয়া, সীতাক নিৰ্ব্বাস দিব পাঞ্চমহীয়া গৰ্ভ সমে । ঝিউবোধে প্ৰতিপাল, কৰিবা সীতাক তুমি থাকিবন্ত তোমাৰ আশ্ৰমে ॥২ উপজিব জানকীৰ, যৱঞ্জা কুমাৰ দুই, হৈব দুইৰ লৱ কুশ নাম । পৰম হৰিষ মনে, বিৰচিবা তুমি এহি, ৰামায়ণ কথা অনুপাম ॥৩ সীতাৰ কুমাৰ দুইক, পঢ়ায়া শিখাইবা এহি ৰামৰ চৰিত্ৰ কথা সাৰ । তোমাৰ আজ্ঞাক পালি, লৱ কুশি দুইভাই, কৰিবন্ত লোকত প্ৰচাৰ ॥৪ অনন্তৰে ৰাঘৱৰ, আজ্ঞাক শিৰত ধৰি, শত্ৰুঘণে বধিবা লৱণ । মথুৰাত পাতি পাট, ৰাজ্যপ্ৰতিপালি পাচে দেখিবন্ত ৰামৰ চৰণ ॥৫ ৰামক দেখিয়া স্বৰ্গ, কুকুৰ সাৰণ যাইব, পুত্ৰ কাটি জীয়াইব ব্ৰাহ্মণ । গৃধিনী পেচাৰ ন্যায়, ৰামচন্দ্ৰে বুজিবন্ত, কি কহিবা ৰাঘৱৰ গুণ ॥৬ দেৱগণ সমে ৰাম, অগস্ত্যৰ ঘৰে যাইব, কৰিবন্ত আলাপ বিস্তৰ । অগস্ত্যয়ো ৰাঘৱৰ, দিব্য আভৰণ দিব, পাচে ৰাম আসিবন্ত ঘৰ ॥৭ অশ্বমেধ কৰিবাক, ৰামৰ হৈবেক মন, অনাইবা বহু ঋষি জাক । সীতাৰ কুমাৰ দুইক, লগে লৈয়া ৰঙ্গমনে, যাইব যজ্ঞভূমি দেখিবাক ॥৮ ৰামৰ আগত লৈয়া, পৰম হৰিষে গীত, ::: গাইবা দুয়ো সীতাৰ তনয় । সীতাৰ নিকাৰচয়, গাৱন্তে বিদিত হুইবা, ::: পিতা পুত্ৰে হৈবা পৰিচয় ॥ ৯ জানকীক আনিবাক, তোমাক বুলিব ৰামে, ::: দিবা নিয়া তুমিও ৰামত । পায়া দেবী অপমান, সবে সভা বিদ্যমান, ::: পশিবৱ্ত গৈয়া পাতালত ॥১০ সীতাক নেদেখি ৰামে, হৈবন্ত বিকল চিত্ত, ::: পৃথিবীক কৰিবা কাতৰ । নাপাই সমিধান ৰামে, ক্ৰোধে পৃথিবীক প্ৰতি ::: হাতে তুলি লৈবা ধনুশৰ ॥১১ দেখিয়া হংসত নামি, ৰামক বুজাইবা ব্ৰহ্মা ::: শুনি ক্ৰোধ গুচিব ৰামৰ । পাচে পুত্ৰৱতে ৰামে, ৰাজ্য প্ৰতিপালিবন্ত ::: একাদশ সহস্ৰ বত্সৰ ॥১২ সজ্জনক প্ৰতিপালি, দুৰ্জ্জনক বধিবন্ত, ::: কৰিবন্ত ৰাজ্য অকণ্টক । চাৰি ভাইৰ আঠ পুত্ৰ, আঠ দিনে ৰাজা পাতি :::সমুচিতে দিবন্ত বণ্টক ॥১৩ ব্ৰহ্মাৰ আদেশ পায়া ::::কালে আসি দিবা দেখা ::: সমুচিতে দিবন্ত বণ্টক ॥১৩ ব্ৰহ্মাৰ আদেশ পায়া কালে আসি দিবা দেখা সত্য কৰাই চলিবা ৰামক । সত্য প্ৰতিপালি ৰামে, লক্ষ্মণক তেজিবন্ত ::: দেখাই অতি অতৰ্ক লোকক ॥১৪ আগবাঢ়ি বাক প্ৰতি, ব্ৰহ্মদেৱ সমন্বিতি ::: আসিবন্ত দেৱতা পৰ্য্যন্ত । তাত অনন্তৰে ৰামে, স্বৰ্গক চলিবা ৰঙ্গে ::: স্বৰ্গ লৈয়া পিম্পৰা পৰ্য্যন্ত ॥১৫ তিনি ভাই প্ৰবেশিবা ৰামৰ শৰিৰে গৈয়া, :: প্ৰবেশিবা বিষ্ণুত ৰাঘৱে । ৰাক্ষস বানৰ নৰ, পশু পক্ষী তৃণ বন, :: সমন্বিতে চলিবা উত্সৱে ॥১৬ শ্ৰীৰামৰ প্ৰসাদত, জীৱন্ত শৰীৰে গৈয়া, :: সন্তলোক স্বৰ্গে হৈবা থিতি । কৃতকৃত্য হুয়া সুখে, অমৃত কৰিবা পান, :: ৰামগুণ গাইবা প্ৰতিনিতি ॥১৭ এহি মতে ৰামায়ণ, কৰা তুমি তপোধন, :: সুমৰিয়া ব্ৰহ্মাক মনত । ৰামৰ চৰিত্ৰচয়, পৰম অমৃতময়, :: শুনি সুখে তৰোক জগত ॥১৮ নমো নমো ৰঘুকুল- কমলপ্ৰকাশ সূৰ্য্য, :: শ্ৰীৰাম চন্দ্ৰ সীতাপতি । হুয়োক প্ৰসন্ন যেন, মোৰ মন মধুকৰে, :: তযু পাদপদ্মে কৰে ৰতি ॥১৯ তযু নিজ দাসে মোৰ, পৰম সুহৃদ হৌক, :: লৌক মুখ তযু গুণ নাম । ন ছাৰিবা প্ৰভু মোক, যত সমাজিক লোক :: নিৰন্তৰে বোলা ৰাম ৰাম ॥২০ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334469.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|