Difference between revisions 336273 and 336289 on sourceswiki

{{header
 | title      = তীখৰ আৰু চুটিবাই
 | author     = লক্ষ্মীনাথ বেজবৰুৱা
 | translator = 
 | section    = 
 | previous   = [[কটা যোৱা নাক, খাৰণী দি ঢাক]]
 | next       = [[চম্পাৱতী]]
 | year       = 
 | portal     = 
 | wikipedia  =  laxminath bezbaruah
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
(contracted; show full)পিঠা কৰালে। এখন পিঠা পদুলি-মুখত, এখন দুৱাৰ-মুখত আৰু এখন ঢেঁকীৰ ফিচাত সি থৈ দি বায়েকৰ সৈতে বৰচাঙত উঠি থাকিল। পদুলিমুখত থোৱাখন বৰা চাউলৰ, দুৱাৰমুখত থোৱাখন কচুৰ আৰু ঢেঁকীৰ ফিচাত থোৱাখন চূণৰ পিঠা আছিল। বাঘে ধোঁৱা দেখি আহি তীখৰৰ ঘৰৰ পদূলিৰ মূৰ পাই পোনতে তাত থোৱা পিঠাখন খাই জুতি পাই দুৱাৰমুখৰ খন খালেহি। সেইখন খালতে তাৰ ডিঙি খজুৱাবলৈ ধৰিলে। ডিঙিৰ খজুৱতিত বাঘ থাকিব নোৱাৰি লৰি আহি ঢেঁকীশাল পাই ঢেঁকীৰ ফিচাত পিঠা এখন আছে দেখি সেইখনো খালতে তাৰ ডিঙিত ঘা লাগি সি সেপ ঢুকিব নোৱাৰি মৰি থাকিল।


[[Category:বুঢ়ী আইৰ সাধু]]