Difference between revisions 336279 and 336538 on sourceswiki'''লক্ষ্মীনাথ বেজবৰুৱা''' ([[w:en:Laxminath Bezbarua|Laxminath Bezbarua]]) (১৮৬৮-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে৷ ==বেজবৰুৱাৰ সাহিত্যৰাজি== ===আত্ম-জীৱনী আৰু জীৱনী=== * [[মোৰ জীৱন সোঁৱৰণ]] (contracted; show full)===অন্যান্য=== * অসমীয়া ভাষা আৰু সাহিত্য * পত্ৰলেখা * কাঁহুদী আৰু খাৰলি * সম্পাদকৰ চ'ৰা *[[লক্ষ্মীনাথ বেজবৰুৱাৰ চিঠি]] [[Category: অসমীয়ালিখক]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=336538.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|