Difference between revisions 334711 and 334741 on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

:::১৮ অধ্যায়
::'''ঋষ্যশৃঙ্গৰ কাহিনী'''
::::ছবি ।
:::
সুমন্ত্ৰী সুমন্ত্ৰ গুণি, বশিষ্ঠৰ বাণী শুনি,

::::উঠিলন্ত কৰি যোৰহাত ।

সুমধুৰ কৰি বাণী,::::বুলিলন্ত মহামানী,

::শুনিয়োক পৃথিবীৰ নাথ ॥১

বশিষ্ঠে কহিলা যত,::::সবে সত্য স্বৰূপত,

::     বশিষ্ঠৰ বাণী শুনি,

,     উঠিলন্ত কৰি যোৰহাত ।

সুমধুৰ কৰি বাণী,     বুলিলন্ত মহামানী,

,     শুনিয়োক পৃথিবীৰ নাথ ॥১

বশিষ্ঠে কহিলা যত,     সবে সত্য স্বৰূপত,

,     পূৰ্ব্ব কথা সুমৰিলোঁ আমি ।

আপুনিও জানা তুমি,::::     সাম্প্ৰতে পাসৰি আছা,

::,     সুমৰাইলে সুমৰিবা স্বামী ॥২

শান্তা নামে কন্যাখানি,::::তযু গৃহে মহামানী,

::উপজিল পৰম সুন্দৰী ।

লোমপাদ নৰপতি,::::অঙ্গদেশ অধিপতি,

(contracted; show full)
::উত্তম সুৰভী গন্ধ বয় ॥২৩

আমাৰ বৃক্ষৰ ছাল,::::পিন্ধিবাক নুহি ভাল,

::শিৰে আউলজাউল জটাভাৰ ।

কৰে আতি জটাজট,