Difference between revisions 335706 and 335707 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} ::<big>'''৪৪ অধ্যায়'''<big> <big>'''ৰাম পৰশুৰামৰ সংঘৰ্ষ'''</big> সেহি সময়ত পাচে জামদগ্নি ৰাম । (contracted; show full) শুনিয়োক সভাসদ পদ আদি কাণ্ড । ৰামৰ চৰিত্ৰ যেন অমৃতৰ ভাণ্ড ॥১৫৮ সংসাৰ মধ্যত ইসি মহা ধৰ্ম্ম সাৰ । বোলোঁ ৰাম ৰাম সুখে তৰিয়ো সংসাৰ ॥১৫৯ ⏎ ⏎ ⏎ ⏎ :::<big>'''৪৫ অধ্যায়'''<big> :: <big>'''ছবি ।'''<big> যিটো দেৱ নাৰায়ণ, সদাশিৱ সনাতন, নাহি আদি অন্ত মধ্য যাৰ । দেৱে যাক নজানন্ত, তেন্তে দেৱ ভগৱন্ত, ৰামৰূপে ভৈলা অৱতাৰ ॥১ নিজ যোগ মায়া বলে, ছদ্ম হুয়া মহীতলে, দশৰথ নৃপতিৰ ঘৰে । সীমা নাহি মহিমাৰ, মনুষ্যৰ ব্যৱহাৰ, দেখাৱন্ত প্ৰভু নিৰন্তৰে ॥২ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=335707.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|