Difference between revisions 336392 and 336430 on sourceswiki{{header | title = চিলনীৰ জীয়েকৰ সাধু | author = লক্ষ্মীনাথ বেজবৰুৱা | translator = | section = | previous = [[এটা বলী মানুহ]] | next = [[তুলা আৰু তেজা]] | year = (contracted; show full)াল| যাবৰ সময়ত সদাগৰে সাতোজনী ঘৈণীয়েকক দঢ়াই দঢ়াই ক’লে, সিহঁতে যেন চিলনীৰ জীয়েকক দুখ নিদি ভালকৈ ৰাখে| এদিন মুদৈ এটাই ফণি, আৰ্চী, সেন্দুৰ, খুৰীবাটি, গোন্ধতেল আদি বেচিবলৈ বুলি সদগৰৰ ঘাটতে তাৰ নাও বান্ধিলেহি| সদাগৰৰ ঘৈণীয়েকহঁতে সিহঁতে চকুৰ কুটা দাঁতৰ শাল চিলনীৰ জীয়েকক সেই মুদৈটোকে বেচিবলৈ মনে মনে আলচি মুদৈটোৰপৰা কিছুমান বস্তু কিনি সেইবোৰৰ বেচৰ বাবে তাকি এজনী ৰূপহী ছোৱালী দিম বুলি ক’লে| এই ছোৱালীজনীৰ ৰূপ-গুণ মুদৈটোৰ আগত এনেকৈ বৰ্ণাইছিল যে মুদৈৰ লোভ লাগি বস্তুৰ বেচত মৰি ছোৱালী-জনীকে লৈ যাবলৈ সি মান্তি হ’ল| ⏎ ⏎ [[Category:বুঢ়ী আইৰ সাধু]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=336430.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|